চুমী-তাৰ্কিকক ৱান্টেড ঘোষণা আৰক্ষীৰ

ৰাজ্যজুৰি চৰ্চাৰ বিষয় হৈ থকা ট্ৰেডিং কেলেংকাৰী ঘটনাৰ তদন্ত আৰম্ভ কৰিছে এছ আই টিয়ে। IGP সংযুক্তা পৰাশৰৰ নেতৃত্বত গঠন কৰা চি আই ডিৰ ৭ জনীয়া দলটোৱে আৰম্ভ কৰিছে অভিযান।

এছ আই টিৰ দলটোৱে ট্ৰেডিং কাণ্ডত জড়িত ২২ গৰাকীক লুক আউট চাৰ্কুলাৰ জাৰি কৰিছে।

CIDৰ বিশেষ তদন্তকাৰী দলে মুঠ ২৮টা গোচৰত দীপাংকৰ বৰ্মন, চুমি বৰা, তাৰ্কিক বৰা, ৰাজীৱ বৰাকে ধৰি ২২ জনলৈ লুক আউট চাৰ্কুলাৰ জাৰি কৰিছে।

উল্লেখ্য যে, বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা সন্ধান নাই চুমী বৰাৰ। অৰ্থাত প্ৰায় এসপ্তাহ ধৰি পলাই ফুৰিছে চুমি আৰু তেওঁৰ স্বামী তাৰ্কিক।

এই ট্ৰেডিং কাণ্ডৰ তদন্তৰ ভাৰ চি আই ডিয়ে লোৱাৰ পিছৰে পৰা এছ আই টিৰ দলে তেওঁলোক দুয়োজনকে কৰায়ত্ত কৰিবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে।

ইতিমধ্যে মেঘালয়ৰ কোনো অজ্ঞাত স্থানত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতেই চি আই ডিৰ দলে মেঘালয়ৰ আৰক্ষীৰ সহায়ত অভিযান আৰম্ভ কৰিছে।

Related Posts

বিজেপিৰ ৪৬তম প্ৰতিষ্ঠা দিৱস উদযাপন, বিজেপিয়ে অসমৰ জনসাধাৰণৰ বিশ্বাস অৰ্জন কৰিছে: মুখ্যমন্ত্ৰী

ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ ৪৬তম প্ৰতিষ্ঠা দিৱস উপলক্ষে অসমৰ বিভিন্ন ঠাইৰ লগতে ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠান আয়োজন কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ…

ভুৱা চিঠি, ভাইৰেল অডিঅ’ টেপক লৈ অসম কংগ্ৰেছত প্ৰতিক্ৰিয়া

ডিব্ৰুগড় পূব মণ্ডল কংগ্ৰেছৰ নামত গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপিত এখন চিঠি ভাইৰেল হোৱাৰ পিছত জিলা কংগ্ৰেছ সমিতিয়ে ইয়াক ভুৱা বুলি স্পষ্ট কৰিছে। সংবাদমাধ্যমক দিয়া বিৱৃতিত তেওঁলোকে কয়, “এই চিঠি…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…