পেৰিছ অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক, এইবাৰ ইতিহাস ৰচিলে স্বপ্নিলে

ডিজিটেল ডেস্কঃ চলি থকা পেৰিছ অলিম্পিকত ভাৰতৰ হৈ ইতিহাস ৰচনা কৰিবলৈ সক্ষম হল স্বপ্নিল কুছালে। বৃহস্পতিবাৰে ৫০ মিটাৰ ত্রিস্থানিক ৰাইফল চালনাৰ ফাইনেলত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে স্বপ্নিলে।

উল্লেখ্য যে, ১৯৫২ চনত আৰম্ভ হোৱা পুৰুষৰ ৫০ মিটাৰ ত্রিস্থানিক ৰাইফল চালনাত প্ৰথমবাৰৰ বাবে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰতে। মহাৰাষ্ট্ৰৰ কলহাপুৰ জিলাৰ ২৯ বছৰীয়া স্বপ্নিল কুছালে প্ৰথমবাৰৰ এই শিতানত ভাৰতক পদক প্ৰদান কৰে।

উল্লেখযোগ্য যে ২০২৪ চনৰ পেৰিছ অলিম্পিকত শ্বুটিঙত ভাৰতৰ এয়া হৈছে তৃতীয়টো পদক। পূৰ্বে মনু ভাকেৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ পিছতে মনু ভাকেৰে ১০ মিটাৰ পিষ্টল মিক্সড টিম ইভেণ্টত সৰবজোৎ সিঙৰ সৈতেও আন এক ব্ৰঞ্জৰ পদক লাভ কৰি পুনৰ ইতিহাস ৰচনা কৰে। মন কৰিবলগীয়া যে, একক অলিম্পিক সংস্কৰণত দুটাকৈ পদক লাভ কৰা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপেও পৰিগণিত হয় মনু ভাকেৰ।

  • Related Posts

    বাপুকণ ট্ৰফী নৈশ ফুটবল উদ্বোধন ছফি জামাল হুছেইনৰ

    বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত আগশাৰীৰ ক্লাৱ কাঁহিবাৰী নৱৰূপ ক্লাৱৰ উদ্যোগত এখন বিশেষ নৈশ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে৷ ৰাজ্যৰ কেইবাটাও দুৰ্দান্ত দলে অংশগ্ৰহণ কৰা বাপুকণ ট্ৰফী নৈশ ফুটবল প্ৰতিযোগিতাৰ…

    ৰাঁচীত আৰম্ভ টি-২০ চেলেঞ্জাৰ ট্ৰফী, টিম-ডিত অসম কন্যা মণিষা

    টি-২০ চেলেঞ্জাৰ ট্ৰফী-২০২৪ আজিৰে পৰা আৰম্ভ হৈছে৷ ১৭ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ভাৰতৰ অন্যতম মহিলা ক্ৰিকেটৰ মুখ্য ঘৰুৱা টি-২০ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ঝাৰখণ্ডৰ ৰাচীত। সকলো মেচ ৰাঁচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…