সোণাপুৰৰ উচ্ছেদস্থলীত ভয়ংকৰ পৰিস্থিতি; দুজন লোকৰ মৃত্যু

গুৱাহাটী মহানগৰীৰ সোণাপুৰৰ কচুতলিত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ সময়ত সংঘটিত হৈছে ভয়ংকৰ পৰিস্থিতি। উচ্ছেদ চলাবলৈ যোৱা আৰক্ষীৰে প্ৰচণ্ড সংঘাত অবৈধ দখলকাৰীৰ। আৰক্ষীক দা লাঠীৰে আক্ৰমণ একাংশ অবৈধ দখলকাৰীৰ। আৰক্ষীয়েও দিয়ে…

আত্মসমৰ্পনৰ পূৰ্বে নিশা ক’ত আছিল চুমি-তাৰ্কিক

স্বামী তাৰ্কিকৰ সৈতে STFৰ জালত চুমি বৰা। আত্মসমৰ্পণ কৰাৰ পূৰ্বেই STF-এ আটক কৰে দুয়োকে। ইয়াৰ পিছতেই STF-এ চুমি-তাৰ্কিকক ডিব্ৰুগড় আৰক্ষীক গতাই দিয়ে। বৰ্তমান ডিব্ৰুগড় আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ আছে ট্ৰেডিং…

আৰক্ষীৰ জালত এজন বাংলাদেশী; ১২ বছৰ ধৰি আছিল ভাৰতত

পুনৰ হাইলাকান্দিত আটক এজন বাংলাদেশী নাগৰিক। হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীৰ অন্তৰ্গত ধনীপুৰ গাঁৱৰ পৰা আটক কৰা হৈছে বাংলাদেশী নাগৰিকজনক। আটক হোৱা বাংলাদেশী নাগৰিকৰ নাম হৈছে এম ডি শ্যাম উদ্দিন।…

চুমী-তাৰ্কিকক ৱান্টেড ঘোষণা আৰক্ষীৰ

ৰাজ্যজুৰি চৰ্চাৰ বিষয় হৈ থকা ট্ৰেডিং কেলেংকাৰী ঘটনাৰ তদন্ত আৰম্ভ কৰিছে এছ আই টিয়ে। IGP সংযুক্তা পৰাশৰৰ নেতৃত্বত গঠন কৰা চি আই ডিৰ ৭ জনীয়া দলটোৱে আৰম্ভ কৰিছে অভিযান। এছ…

কোনো লোক সাৰি যাব নোৱাৰে : ট্ৰেডিং কাণ্ডক লৈ মুখ্যমন্ত্রীৰ ডাঙৰ মন্তব্য

ট্ৰেডিং কাণ্ডক লৈ বিগত কিছুদিন ধৰি ৰাজ্যত সৃষ্টি হৈ থকা তীব্ৰ বিতৰ্ক সন্দৰ্ভত পুনৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। ঘটনাটোক লৈ কঠোৰ হোৱা মুখ্যমন্ত্রী শৰ্মাই ইতিমধ্যে শনিবাৰে তদন্তৰ…

কাছাৰত চাঞ্চল্যকৰ ঘটনা; প্ৰেমিক-প্ৰেমিকাই কৰিলে ভয়ংকৰ কাণ্ড

কাছাৰৰ শিলকুড়িত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গছৰ একেটা ডালত চিপ লৈ প্ৰেমিক-প্ৰেমিকাই আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ…

গ্ৰেপ্তাৰ হ’ব নেকি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা?

গ্ৰেপ্তাৰ হ’ব পাৰে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। শংকৰ জ্যোতি বৰুৱাৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে আনিছে চাঞ্চল্যকৰ অভিযোগ। ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত…

ফোন অফ কৰি অন্তৰ্ধান অভিনেত্ৰী চুমি বৰা,ৰাজস্থানত বিয়া পাতিবলৈ ক’ত পাইছিল টকা

অভিনেত্ৰী তথা নৃত্যশিল্পী চুমি বৰাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে চুমি বৰাক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও মোবাইল অফ কৰি আত্মগোপন কৰাৰ সন্দেহ কৰা হৈছে। মানি ট্ৰেডিঙৰ নামত…

মনোমালিন্যঃ লখিমপুৰত আৰক্ষী কনিষ্টবলে পত্নীক হত্যা কৰি নিজেও গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত…

লখিমপুৰ চৰাইমৰীয়াৰ সমীপৰ বৰবচাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অসম আৰক্ষীৰ এগৰাকী আৰক্ষী কনিষ্টবলে কৰিলে পত্নীক হত্যা পত্নীক হত্যা কৰাৰ পাছত নিজেও চৰম পথ গ্ৰহণ কৰিছে কনিষ্টবলগৰাকীয়ে। জানিব পৰা মতে,…

কোনে থৈ গ’ল বোমা? ওলিয়াব পৰা নাই আৰক্ষীয়ে! পাতিছে ইখনৰ পিছত সিখন বৈঠক

স্বাধীনতা দিৱসত অসমৰ ভিন্ন প্ৰান্তত আলফাৰ বোমা সংৰোপন সন্দৰ্ভত অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰিছে উচ্চস্তৰীয় বৈঠক। শনিবাৰে শিৱসাগৰত অনুষ্ঠিত বৈঠকৰ ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ দেওবাৰে ডিব্ৰুগড়ত আন এখন উচ্চস্তৰীয় বৈঠক…