ৰেচন কাৰ্ড সন্দৰ্ভত ৰাজ্যিক কেবিনেটৰ ডাঙৰ সিদ্ধান্ত
আজি লখিমপুৰত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেটত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেটত নতুনকৈ ২০ লাখ লোকক চৰকাৰে ৰেচন কাৰ্ড দিয়াৰ…