কাছাৰত চাঞ্চল্যকৰ ঘটনা; প্ৰেমিক-প্ৰেমিকাই কৰিলে ভয়ংকৰ কাণ্ড

কাছাৰৰ শিলকুড়িত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গছৰ একেটা ডালত চিপ লৈ প্ৰেমিক-প্ৰেমিকাই আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ…