৫ খন জিলাত ইন্টাৰনেট বন্ধ, ৩খনত সান্ধ্য আইন; মণিপুৰলৈ ২০০০ চি আৰ পি এফ জোৱান প্ৰেৰণ

মণিপুৰত আকৌ এবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। মঙলবাৰে আইন-শৃংখলা সন্দৰ্ভত ৰাজভৱন অভিমুখে পদযাত্ৰা কৰে হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে। এই সময়তে ছাত্ৰ-ছাত্ৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা হতাহতিত আহত হয় ৫০ জনতকৈ…