ধিং কাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ
অৱশেষত আৰক্ষীৰ জালত পৰিল ৰাজ্য কঁপাই যোৱা ধিং কাণ্ডৰে জৰিত দুই পলাতক অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপ উদ্দিন। নগাঁও আৰক্ষীয়ে নাগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি প্ৰাৰম্ভিক তথ্যত প্ৰকাশ পাইছে। উল্লেখ্য…