মহানগৰীৰ জু-ৰোডত ভয়ংকৰ অগ্নিকাণ্ড

মহানগৰীৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড। জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণীয়া সেঁতুৰ সমীপত থকা স্কোৱেৰ বিল্ডিঙৰ ওপৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। প্ৰাৰম্ভিক খবৰ অনুসৰি গুৰুনানক পথৰ সমীপৰ এখন কেফেৰ পৰাই জুইৰ সূত্রপাত…

গ্ৰেপ্তাৰ হ’ব নেকি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা?

গ্ৰেপ্তাৰ হ’ব পাৰে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। শংকৰ জ্যোতি বৰুৱাৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে আনিছে চাঞ্চল্যকৰ অভিযোগ। ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত…

বিতৰ্কত কণ্ঠশিল্পী দীক্ষু! পলাতক চুমি-তাৰ্কিকে আশ্ৰয় লৈছিল দীক্ষুৰ বাসগৃহত

ট্ৰেডিঙৰ জৰিয়তে হাজাৰ-হাজাৰ কোটি টকাৰ কেলেংকাৰিৰে নাম সাঙোৰ খোৱা বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা পলাতক হৈ থকা চুমি বৰাক বিচাৰি অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে। বিগত দুদিন ধৰি অভিযান…

মুখ্যমন্ত্রীৰ গৃহ সমষ্টিত মুন্নাভাইৰূপী চিকিৎসক; ৰাইজৰ মাজত চাঞ্চল্য

আমিনগাঁও আয়ুক্ত কাৰ্যালয়ৰ নাতি দূৰৈত বিগত ২৫ বছৰৰ পৰা এগৰাকী ভুৱা ডিগ্ৰীধাৰী চিকিৎসকে চিকিৎসা চলাই অহাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। নিজকে পাইলছ আৰু ফিচতুলাৰ বিশেষজ্ঞ বুলি পৰিচয় দিয়া ভুৱা চিকিৎসক…