সৰ্ববৃহৎ কৰদাতা চেলিব্ৰিটি হিচাপে বিৰাট কোহলীক পৰাস্ত শ্বাহৰুখ খানৰ
ভাৰতীয় চেলিব্ৰিটিৰ ভিতৰত ২০২৪ বৰ্ষত বলীউদ অভিনেতা শ্বাহৰুখ খানে আদায় দিছে সৰ্বাধিক কৰ। ফৰ্চুন ইণ্ডিয়াৰ তথ্য অনুসৰি শ্বাহৰুখে ৯২ কোটি টকাৰ কৰ আদায় দিছিল। তেওঁৰ পিছত আছে দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা…