সেনাৰ গুলীত নিহত অনুপ্ৰৱেশৰ চেষ্টা চলোৱা দুই সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ ৰাজৌৰীত পাকিস্তানৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা দুজন সন্ত্ৰাসবাদীক সেনাবাহিনীয়ে হত্যা কৰে। ৮ ছেপ্টেম্বৰ অৰ্থাৎ দেওবাৰে গভীৰ নিশা সীমান্ত পাৰ হ’বলৈ চেষ্টা চলাইছিল সন্ত্ৰাসবাদীয়ে। এই এনকাউণ্টাৰৰ সময়তে মৃত্যু…