আত্মসমৰ্পনৰ পূৰ্বে নিশা ক’ত আছিল চুমি-তাৰ্কিক

স্বামী তাৰ্কিকৰ সৈতে STFৰ জালত চুমি বৰা। আত্মসমৰ্পণ কৰাৰ পূৰ্বেই STF-এ আটক কৰে দুয়োকে। ইয়াৰ পিছতেই STF-এ চুমি-তাৰ্কিকক ডিব্ৰুগড় আৰক্ষীক গতাই দিয়ে। বৰ্তমান ডিব্ৰুগড় আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ আছে ট্ৰেডিং…

চুমি বৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীৰ

ৰাজ্যজুৰি ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত চলি থকা তীব্র চৰ্চাৰ মাজতে এইবাৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে। আজি ৰঙিয়াত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশ লৈ অভিনেত্ৰী গৰাকীয়ে কয়…

চুমী-তাৰ্কিকক ৱান্টেড ঘোষণা আৰক্ষীৰ

ৰাজ্যজুৰি চৰ্চাৰ বিষয় হৈ থকা ট্ৰেডিং কেলেংকাৰী ঘটনাৰ তদন্ত আৰম্ভ কৰিছে এছ আই টিয়ে। IGP সংযুক্তা পৰাশৰৰ নেতৃত্বত গঠন কৰা চি আই ডিৰ ৭ জনীয়া দলটোৱে আৰম্ভ কৰিছে অভিযান। এছ…

গুৱাহাটীলৈ অনা হ’ব বিশাল ফুকনক; চি আই ডিয়ে চলাব জেৰা!

ট্ৰেডিঙৰ নামত হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰি ধৰা পৰা মহাপ্ৰবঞ্চক বিশাল ফুকনক গুৱাহাটীলৈ অনা হ’ব। বৰ্তমান ডিব্ৰুগড় কাৰাগাৰত আছে বিশাল ফুকন। আদালতত আবেদন জনাই SITয়ে বিশাল ফুকনক নিজৰ জিম্মাত…

কোনো লোক সাৰি যাব নোৱাৰে : ট্ৰেডিং কাণ্ডক লৈ মুখ্যমন্ত্রীৰ ডাঙৰ মন্তব্য

ট্ৰেডিং কাণ্ডক লৈ বিগত কিছুদিন ধৰি ৰাজ্যত সৃষ্টি হৈ থকা তীব্ৰ বিতৰ্ক সন্দৰ্ভত পুনৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। ঘটনাটোক লৈ কঠোৰ হোৱা মুখ্যমন্ত্রী শৰ্মাই ইতিমধ্যে শনিবাৰে তদন্তৰ…