টাৱাং ষ্টেডিয়ামত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথন

 আজি ৰাষ্ট্ৰসংঘৰ দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি টাৱাং ষ্টেডিয়ামত ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথন অনুষ্ঠিত হৈছে। এই ঐতিহাসিক দ্বিতীয় টাৱাং মাৰাথনৰ ফ্লেগ অফ কৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে।

মুখ্যমন্ত্ৰী পেমা খাণ্ডু, গজৰাজ কৰ্পছৰ জিঅ’চি লেফটেনেণ্ট জেনেৰেল গম্ভীৰ সিং, বল অৱ ফায়াৰৰ জিঅ’চিৰ মেজৰ জেনেৰেল কে এছ গ্ৰেৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী কমলেশ পাছৱানেও এই ঐতিহাসিক মাৰাথনত অংশগ্ৰহণ কৰে ।

এই মাৰাথনক লৈ সমগ্ৰ অৰুণাচলত উছাহ দেখিবলৈ পোৱা গৈছে । দেশ-বিদেশৰ শ শ দৌৰবিদ উপস্থিত টাৱাঙত । ৬০-৬৫ বছৰীয়া দৌৰবিদেও এই মাৰাথনত অংশগ্ৰহণ কৰে । দ্বিতীয় টাৱাং আন্তঃৰাষ্ট্ৰীয় মাৰাথনত মহিলা, বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, সেনা বাহিনীৰ বিষয়া তথা চৰকাৰী কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে । জানিব পৰা মতে মুঠ ৪,৫০০ গৰাকী দৌৰবিদে এই মাৰাথনত অংশগ্ৰহণ কৰে ।

  • Brahmaputra Times

    Related Posts

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    আমেৰিকাৰ অভিজাত প্ৰতিষ্ঠান ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন আৰু আমেৰিকাৰ ন্যায় বিভাগে উদ্যোগপতি আদানীৰ বিৰুদ্ধে আমেৰিকাৰ বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ লগতে বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে। গৌতম আদানীৰ লগতে আদানী গ্ৰীণ…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    বৃহস্পতিবাৰে দিল্লীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বায়ুমণ্ডলৰ গুণগত সূচকৰ মান (AQI) ৩৭৯ হৈছে।যোৱা কেইবাদিনো ধৰি দিল্লীত AQI ৪৫০ অতিক্ৰম কৰি প্ৰায় ৫০০ ৰ ঘৰ স্পৰ্শ কৰিছিল। মঙ্গলবাৰে প্ৰায় ৫০০ ত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ