ড’নাল্ড ট্ৰাম্পৰ দখলত হোৱাইট হাউছ…

বিশ্বৰ শক্তিধৰ দেশ আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল ড’নাল্ড ট্ৰাম্প। দ্বিতীয়টো কাৰ্যকালৰ বাবে হোৱাইট হাউছৰ বাসিন্দা হ’ব ট্ৰাম্প। কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ট্ৰাম্পে সহজতে স্পৰ্শ কৰে জয়ৰ বাবে প্ৰয়োজন হোৱা ২৭০ মেজিক নম্বৰ।

প্ৰায়ে বিতৰ্কৰ মাজত থকা ট্ৰাম্পৰ এইবেলি ৰাষ্ট্ৰপতি পদৰ প্ৰতিদ্বন্দ্বী আছিল কমলা হেৰিছ। এই প্ৰতিযোগিতাত ট্ৰাম্পে ৫০ শতাংশৰো অধিক ভোট লাভ কৰিবলৈ সক্ষম হয়। ইফালে ট্ৰাম্পৰ জয়ী খবৰ পোৱা পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক শুভেচ্ছা জনায়।

উল্লেখ্য যে, ১৯৪৬ চনত ১৪ জুনত জন্ম গ্ৰহণ কৰা ট্ৰাম্পে ২০১৭ চনত প্ৰথমবাৰ মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে জয়লাভ কৰিছিল। ২০২১ চনৰ লৈকে তেওঁ এই দায়িত্বত আছিল।

  • Brahmaputra Times

    Related Posts

    বিশ্ব টেষ্ট চেম্পিয়নশ্বিপঃ কোন কোন টেষ্ট চেম্পিয়নশ্বিপৰ দাবীদাৰ…

    ১১ জুন, ২০২৫ৰ পৰা আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ। এই চেম্পিয়নশ্বিপ কাৰ কাৰ মাজত অনুষ্ঠিত হ’ব তাক লৈ ইতিমধ্যে ব্যাপক  চৰ্চা আৰম্ভ হৈছে। মূল যুঁজখন অব্যাহত আছে ভাৰত, দক্ষিণ আফ্ৰিকা,…

    অস্ত্ৰ ৰপ্তানিত শীৰ্ষত ভাৰত…

    ভাৰতৰ পৰা সৰ্বাধিক অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰা শীৰ্ষ তিনিখন দেশ হৈছে আমেৰিকা, ফ্ৰান্স আৰু আৰ্মেনিয়া। ভাৰতত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ ক্ৰেতাৰ তালিকাত শেহতীয়াকৈ শীৰ্ষত আছে আৰ্মেনিয়া। আকাশ এয়াৰ ডিফেন্স চিষ্টেম, পিনাকা মাল্টি লঞ্চ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…