

সমাপ্ত হ’ল জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন । তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন। জম্মুৰ ২৪, কাশ্মীৰৰ ১৬ সমষ্টিত ভোটগ্ৰহণ সম্পন্ন। ৭খন জিলাৰ ৪০টা সমষ্টিৰ ৪১৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী EVM ত।
সন্ধিয়া ৫ বজালৈকে ভোটাৰৰ হাৰ ৬৫.৪৮%।
১৮ ছেপ্টেম্বৰত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাৰৰ হাৰ ৬১.৩৮% আৰু ২৬ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাৰৰ হাৰ ৫৭.৩১%।