গাড়ীৰ ছানৰুফ খুলি অশ্লীল বাসনাত লিপ্ত যুৱক-যুৱতী, ভিডিঅ’ ভাইৰেল

ডিজিটেল ডেস্কঃ প্ৰেমত শতদলো ফুলে, প্ৰেমত ভূমণ্ডলো ঘূৰে। কিন্তু প্ৰেমৰ নামত য’তে ততে অশ্লীল আচৰণ কৰিলে আৰক্ষীয়েও মনে মনে বহি নাথাকে।

শেহতীয়াকৈ চলন্ত মটৰ চাইকেল আৰু গাড়ীত যুৱক-যুৱতীয়ে মুকলিকৈ অশ্লীল আচৰণৰ লিপ্ত হোৱাৰ ঘটনা সহজলভ্য হৈ পৰিছে। সমান্তৰালভাৱে এনে ঘটনা প্ৰতিৰোধৰ বাবে আৰক্ষীয়েও দেখুৱাই আহিছে তৎপৰতা।

কিন্তু শেহতীয়াকৈ পুনৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এহাল দম্পতীৰ এটা ভিডিঅ’। চলন্ত গাড়ীৰ চানৰুফ খুলি কাম বাসনাত লিপ্ত হোৱা এইহাল দম্পতীৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে কটু সমালোচনাৰে থকাসৰকা কৰিছে নেটিজেনে। একে সময়তে আৰক্ষীয়েও ব্যৱস্থা গ্ৰহণৰ বাবে উদ্যত হোৱা বুলি জানিব পৰা গৈছে।

http://<blockquote class=”twitter-tweet”><p lang=”hi” dir=”ltr”>लखनऊ:-तहज़ीब ओ अदब का शहर इन दिनों गोमतीनगर जैसे इलाकों में हो रहा बदनाम,हुड़दंगियों के बाद प्रेमी जोड़े की अश्लीलता आई सामने,1090 चौराहे से मुख्यमंत्री चौराहे तक बेखौफ करते रहे अश्लील हरकतें, पुलिस रहीं नदारद,UP 78 GB 0130 नंबर गाड़ी की रूफ पर हो रहीं आशिक़ी <a href=”https://twitter.com/lkopolice?ref_src=twsrc%5Etfw”>@lkopolice</a> <a href=”https://t.co/TUnURn53SO”>pic.twitter.com/TUnURn53SO</a></p>&mdash; Anujjournalist9889 (@anujjournalist1) <a href=”https://twitter.com/anujjournalist1/status/1820722317367882059?ref_src=twsrc%5Etfw”>August 6, 2024</a></blockquote> <script async src=”https://platform.twitter.com/widgets.js” charset=”utf-8″></script>

এই ঘটনা সংঘটিত হৈছে চহকী সংস্কৃতি আৰু শিষ্টাচাৰৰ বাবে পৰিচিত লক্ষ্ণৌ (উত্তৰ প্ৰদেশ)ৰ ১০৯০ নং চাৰ্কল ৰোড আৰু মুখ্যমন্ত্ৰীৰ আৱাসৰ মাজৰ পথত। দম্পতীহালে গাড়ীৰ চানৰুফ খুলি কিচ আৰু অন্য অশ্লীল আচৰণত লিপ্ত হোৱাৰ ভিডিঅ’টোক লৈ ক্ষুব্ধ হৈ পৰিছে নেটিজেন।

অন্যহাতে ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে লক্ষ্ণৌ আৰক্ষীয়ে তৎপৰতা দেখুৱাই দম্পতীহালৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

  • Brahmaputra Times

    Related Posts

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    ডিজিটেল ডেস্কঃ ভাৰতৰ যদি এখন স্বৰ্গ আছে, সেই স্বৰ্গৰ আত্মাটো আছে মেঘালয়ত- মেঘালয়ৰ মাওডিয়াংডিয়াঙত মেঘালয় স্কিল এণ্ড ইনভেচন হাবৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয় দেশৰ উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে। উল্লেখ কৰা…

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ