ৰাজধানী দিল্লী এতিয়া গেছ চেম্বাৰত পৰিণত হৈছে। দিল্লীৰ কিছুমান এলেকাত সোমবাৰে বায়ু মানদণ্ড সূচক ১০০০ তকৈ ওপৰলৈ গৈছে। অতি গুৰুতৰ অৱস্থা দেখা গৈছে দিল্লীত। দিল্লীত এই পৰিৱেশত উশাহ লোৱা মানেই এদিনত ৫০ টা চিগাৰেট খোৱাৰ সমান ক্ষতিগ্ৰস্ত হোৱা। আজিৰ তাৰিখত দিল্লীৰ বায়ুয়ে ৫০ টা চিগাৰেটমূল্যৰ হাঁওফাঁওক্ষতি কৰিছে।
