চতুৰ্থ পত্নীৰ ঘৰত উদ্ধাৰ গুৱাহাটীৰ ব্যৱসায়ীৰ মৃতদেহ, গুৰুতৰ অভিযোগ তৃতীয় পত্নীৰ

ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত এগৰাকী ব্যৱসায়ীৰ ৰহস্যজনক মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা কুমাৰ ইঞ্জিনীয়াৰিঙৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱৰ মৃতদেহ নুনমাটি বাসগৃহত ৰহস্যজনক অৱস্থা আজি উদ্ধাৰ হৈছে৷ ব্যৱসায়ীজনৰ মৃতদেহ উদ্ধাৰৰ পাছতে গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, কুমাৰ গৌৰৱে নিশা চতুৰ্থ পত্নীৰ সৈতে নুনমাটিৰ বাসগৃহত আছিল। কিন্তু আজি দিনৰভাগত কুমাৰ গৌৰৱৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়৷ মৃতদেহ উদ্ধাৰৰ পাছতে আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ তৃতীয় পত্নীয়ে চমজি লয়। কুমাৰ গৌৰৱৰ তৃতীয় পত্নীয়ে চতুৰ্থ পত্নীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনে৷

চতুৰ্থ পত্নীয়ে কুমাৰ গৌৰৱক মানসিকভাৱে হাৰাশাস্তি কৰি মৃত্যু মুখলৈ ঠেলি দিয়াৰ অভিযোগ আনে কয় যে মোৰ সৈতে হোৱা শেষ কথোপকথনত এইজনীয়ে মোৰ মাথা খাই দিছে বুলি কোৱা বুলি তৃতীয় পত্নীয়ে অভিযোগ আনে৷ ঘটনাৰ উচিত তদন্ত কৰিবলৈ আৰক্ষীক দাবী জনাই তৃতীয় পত্নীয়ে।

  • Brahmaputra Times

    Related Posts

    আজি মহাঅষ্টমীঃ কোকৰাঝাৰত দেৱী দৰ্শন মুখ্যমন্ত্ৰীৰ…

    ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০…

    ওমৰ আব্দুল্লা বিধায়িনী দলৰ নেতা নিৰ্বাচিত

    ১০ বছৰৰ মূৰকত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ গঠন হ’ব৷ ৮ অক্টোবৰত ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ ধাৰা ৩৭০ আতৰোৱাৰ পাছৰে পৰা ১০ বছৰে ৰাজ্যপালে চলাই আছিল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক