শংকৰদেৱ সংঘৰ সদস্যপদ গ্ৰহণ কৰা আহোমে নাপায় জাতিগত প্ৰমাণ পত্ৰ

উজনিৰ মৰাণত আজি আহোম জনগোষ্ঠীৰ ১০টা সংগঠনৰ জৰুৰী যৌথ সভা অনুষ্ঠিত হয়৷ সভাৰঅন্তত সংবাদ মেল সম্বোধন কৰি সংগঠনকেইটাই কয় যে জাতীয় অস্তিত্বৰ প্ৰসংগত আহোম সদায় ঐক্যবদ্ধ৷ আহোম একত্ৰিত হৈ থাকিবলৈ আহ্বান জনাই মৰাণৰ ১০ আহোম সংগঠনৰ যৌথ সই৷ টাইপা, টাই আহোম ছাত্ৰ সন্থা, আহোম সভাকে ধৰি ১০ টা সংগঠনে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে৷ শংকৰ সংঘৰ সৈতে বিতৰ্কৰ চলি থকাৰ সময়তে মৰাণত অনুষ্ঠিত যৌথ সভাই তাৎপৰ্য সিদ্ধান্ত গ্ৰহণ কৰি কয় যে শংকৰ সংঘত থকা আহোম লোকে এতিয়াৰ পৰা নাপাব অ’বিচিৰ প্ৰমাণপত্ৰ৷ এই সিদ্ধান্ত কঠোৰভাৱে গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দিয়ে৷ শংকৰদেৱ সংঘৰ পদ লৈ থকাসকলৰ পৰা টাই আহোম উন্নয়ন পৰিষদৰ পদ খাৰিজ কৰা হ’ব৷

  • Related Posts

    দুই অভিযুক্তক গ্ৰেপ্তাৰ, গুৱাহাটীৰ নৃশংস সঞ্জীৱ নাথ হত্যাকাণ্ড

    ১৯ জানুৱাৰীৰ নিশা প্ৰথমে পল্টনবজাৰৰ এটা এপাৰ্টমেণ্টত, তাৰ পিছত বিলপাৰলৈ নি দুই বন্ধুৱে হত্যাৰ প্ৰয়াস কৰি বৰ্বৰভাৱে প্ৰহাৰৰ বলি হৈ ৫টা দিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকি ২১ জানুৱাৰীত…

    ৰিলায়েন্স কাম্পা পানীয়ৰ বটলিং প্ৰতিষ্ঠান মুকলি হিমন্ত বিশ্ব শৰ্মাৰ

    আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ৰিলায়েন্স কনজ্যুমাৰ প্ৰডাক্টছ লিমিটেড (আৰচিপিএল)-ৰ কাম্পা পানীয়ৰ নতুন বটলিং প্ৰতিষ্ঠানৰ উদ্বোধন কৰে। উত্তৰ গুৱাহাটীত আজি মুখ্যমন্ত্ৰীয়ে শীতল পানীয়ৰ উদ্যোগটোৰ বটলিং প্ৰতিষ্ঠান মুকলি কৰে৷…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…