
নামাজক লৈ অসম বিধানসভাৰ ডাঙৰ সিদ্ধান্ত।
এতিয়াৰে পৰা শুকুৰবাৰৰ নামাজৰ নামত বিধানসভাত নাথাকিব কোনো বিৰতি।
পূৰ্বে শুকুৰবাৰৰ নামাজৰ বাবে দিনৰ ১১.৩০ বজাত দি অহা হৈছিল বিৰতি।
চৈয়দ আব্দুল্লাৰ দিনৰে পৰা প্ৰতি শুকুৰবাৰে প্ৰদান কৰা হৈছিল নামাজৰ বিতৰি।
কিন্তু এতিয়া বিধানসভা নিয়মাৱলীৰ ৰুল ১১ সংশোধন কৰি সৰ্বসন্মতিক্ৰমে বন্ধ কৰা হৈছে এই পৰম্পৰা।