সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

আজি অসম সাহিত্য সভাই বিতৰ্কৰ অৱসান ঘটাই  অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। উচ্চস্তৰীয় সমিতিৰ বৈঠকৰ অন্তত পাঁচজনীয়া তালিকাখন প্ৰকাশ কৰে। ২০২৫-২৭ বৰ্ষৰ সভাপতি পদৰ বাবে তালিকাত অনুৰাধা শৰ্মা পূজাৰী, ড০ গোবিন্দ প্ৰসাদ শৰ্মা, ড০ উপেন ৰাভা হাকাচাম, ড০ ভীমকান্ত বৰুৱা আৰু ড০ বসন্ত কুমাৰ গোস্বামী।

  • Related Posts

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    গীৰ গাইক লৈ বিধায়ক দিগন্ত কলিতাৰ স্বীকাৰোক্তি- ‘গাই কিনি গৰু চোৰ নাম পালো’

    গীৰ গাই কেলেংকাৰীৰ জোঁৱালত নাম সোমাই যোৱা কমলপুৰৰ বিধায়ক তথা দাদা ব্ৰিগেডৰ সদ্য সদস্য দিগন্ত কলিতাই আজি সংবাদ মাধ্যমৰ সন্মুখত ৰঙিয়া ৰে’ল ষ্টেচনৰ পৰা গাই নিয়াৰ কথা স্বীকাৰ কৰি পশ্চাতাপ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে