
- বিধানসভাৰ মুল গেটৰ সন্মুখত উত্তপ্ত পৰিস্থিতি
- শিলসাকোঁৰ উচ্ছেদিত পৰিয়ালে হাতে হাতে প্লেকাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ
- প্ৰতিবাদকাৰীৰ দাবী, বাংলাদেশীক সংস্থাপন দিয়া চৰকাৰে হিন্দু অসমীয়া খিলঞ্জীয়াক সংস্থাপন দিয়ক
- প্ৰতিবাদৰ সময়ত আৰক্ষীৰে সৃষ্টি হয় হতাহতিৰ
- মহিলা আৰক্ষীয়ে পচন্দ চৰ শোধায় প্ৰতিবাদকাৰীক
- বিধানসভাৰ সন্মুখৰ পৰা আৰক্ষীয়ে চোচৰাই নিয়ে প্ৰতিবাদকাৰীক