- প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজনীতিবিদ মহম্মদ আজহাৰুদ্দিনলৈ EDৰ চমন।
- ধন সৰবৰাহৰ গোচৰত চমন জাৰি আজহাৰুদ্দিনলৈ।
- ২০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ খেলুৱৈগৰাকীৰ বিৰুদ্ধে।
- হায়দৰাবাদ ক্ৰিকেট সন্থাৰ সৈতে জড়িত আছিল এই ধন।
- অডিটত পুঁজিৰ অপব্যৱস্থাপনা উন্মোচন হোৱাৰ পিছত পুলিচে অপৰাধমূলক গোচৰ ৰুজু কৰে।
- বৃহস্পতিবাৰে হায়দৰাবাদৰ ইডি কাৰ্যালয়ত হাজিৰৰ নিৰ্দেশ।
- অভিযোগক প্ৰেৰিত আৰু মিছা বুলি অভিহিত আজহাৰুদ্দিনৰ।
- ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰুদ্দিন।