মণিপুৰ-জম্মু-কাশ্মীৰ ভ্ৰমণ নকৰিব

ভাৰত ভ্ৰমণ কৰা আমেৰিকাৰ নাগৰিকক পুনৰবাৰ সতৰ্ক কৰিলে দেশখনৰ চৰকাৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ ভ্ৰমণ নকৰিবলৈ সতৰ্ক কৰি দিছে আমেৰিকাৰ প্ৰশাসনে৷ ২৩ জুলাইত মণিপুৰ সন্দৰ্ভত মন্তব্য কৰিছে আমেৰিকাই৷ আমেৰিকাত থকা প্ৰবাসী ভাৰতীয়ৰ লগতে আমেৰিকাৰ নাগৰিকক উদ্দেশ্যে আমেৰিকাই কয় যে নিৰাপত্তাজনিত কাৰণত মণিপুৰ ভ্ৰমণ নকৰিব৷ জাতিগত হিংসাৰ ফলত মণিপুৰত সুৰক্ষাক লৈ চিন্তা ব্যক্ত কৰি এই নিৰ্দেশ দিছে আমেৰিকাই৷ কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ বৃদ্ধি পোৱাত আমেৰিকা নাগৰিকক তালৈ নাযাবলৈ কয়৷ আমেৰিকা চৰকাৰে কয় যে পৰা পক্ষত জম্মু-কাশ্মীৰলৈ যাত্ৰা নকৰিব৷

  • Brahmaputra Times

    Related Posts

    মণিপুৰৰ পাঁচখন জিলাত ৬ দিনৰ মূৰত ইণ্টাৰনেট সেৱা মুকলি

    ৬ দিনৰ পিছত মণিপুৰ চৰকাৰে ইণ্টাৰনেট সন্দৰ্ভত লৈছে ডাঙৰ সিদ্ধান্ত। উপত্যকা ভিত্তিক পাঁচখন জিলাত বন্ধ হৈ থকা ইণ্টাৰনেট সেৱা পুনৰ মুকলি হ’ব। তদুপৰি মঙলবাৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশো দিছে…

    ৫ খন জিলাত ইন্টাৰনেট বন্ধ, ৩খনত সান্ধ্য আইন; মণিপুৰলৈ ২০০০ চি আৰ পি এফ জোৱান প্ৰেৰণ

    মণিপুৰত আকৌ এবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। মঙলবাৰে আইন-শৃংখলা সন্দৰ্ভত ৰাজভৱন অভিমুখে পদযাত্ৰা কৰে হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে। এই সময়তে ছাত্ৰ-ছাত্ৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা হতাহতিত আহত হয় ৫০ জনতকৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ