
- ৰাজ্যত আজিৰে পৰা মুকলি ৩৯খন সম-জিলা।
- দুদিনিয়া কাৰ্যসূচীৰে মুকলি কৰা হ’ব সম-জিলা সমূহ।
- ৰাজ্যৰ ১৪খন জিলাৰ ২১খন সম-জিলা আজি কৰা হ’ব মুকলি।
- ৫ অক্টোবৰৰ পৰা আন ১৮খন সম-জিলাৰ কাম আৰম্ভ হ’ব।
- বিগত আগষ্ট মাহত প্ৰসাশনীয় সংস্কাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত গ্ৰহণ কৰা হৈছিল এই সিদ্ধান্ত।