অ’এমআৰ ডাউনলোড, উত্তৰবহী পুনৰীক্ষণ, বিশেষ ঘোষণা মুখ্যমন্ত্ৰীৰ

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা চমুকৈ এডিআৰইৰ তৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ বাবে আজি মুখ্যমন্ত্ৰীয়ে বিশেষ ঘোষণা প্ৰদান কৰিছে৷ মুখ্যমন্ত্ৰীয়ে অ’এমআৰ শ্বীট ডাউনলোড, উত্তৰবহী পুনৰীক্ষণ কেনেদৰে কৰিব পাৰিব তাৰ তথ্য ৰাজহুৱা কৰিছে৷ সামাজিক মাধ্যমত এটা পোষ্ট দি মুখ্যমন্ত্ৰীয়ে উত্তৰবহী পুনৰীক্ষণৰ তাৰিখো ঘোষণা কৰে৷ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকল অ’এম আৰ শ্বীট ডাউনলোড কৰিব পাৰিব৷ প্ৰাৰ্থীসকলে ৮ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈকে অ’এমআৰ শ্বীট ডাউনলোড কৰিব পাৰিব। চতুৰ্থ আৰু পঞ্চম দুয়োখন কাকতৰ অফিচিয়েল এনছাৰ কী ৯ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা উপলব্ধ হ’ব। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে উত্তৰবহী পুনৰীক্ষণ কৰিব পাৰিব৷ তাৰ বাবে তাৰিখ নিৰ্ধাৰণ কৰা হৈছে৷ প্ৰাৰ্থীসকলে তেওঁলোকৰ উত্তৰবহী ৯ অক্টোবৰৰ পৰা ১৮ অক্টোবৰৰ ভিতৰত পুনৰীক্ষণ কৰিব পাৰিব।

 

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক