কংগ্ৰেছত খহনীয়া! দল বিৰোধী কাৰ্য্যকলাপৰ বাবে নিলম্বনৰ পিছতে NPPত যোগদান মেঘালয়ৰ ৩ কংগ্ৰেছ বিধায়কৰ

মেঘালয় কংগ্ৰেছত খহনীয়া।

কংগ্ৰেছ এৰি নেশ্যনেল পিপলছ পাৰ্টিত যোগদান দুই নিলম্বিত কংগ্ৰেছ বিধায়কসহ তিনি বিধায়কৰ।

সোমবাৰে আনুষ্ঠানিকভাৱে এন পি পিত যোগদান কৰিছে তিনি কংগ্ৰেছ বিধায়ক ক্ৰমে- মাউহাটীৰ চাৰ্লছ মাৰ্ংগাৰ, নংষ্ট’ইনৰ গেব্ৰিয়েল ৱাহলাং আৰু উমছনিঙৰ চেলেষ্টিন লিংডোহে।

শেহতীয়াকৈ কংগ্ৰেছ দলৰ পৰা দুজন বিধায়কক নিলম্বন কৰাৰ পিছতে সংঘটিত হৈছে এই ঘটনা।

উল্লেখ্য যে, দল বিৰোধী কাৰ্যকলাপ আৰু মেঘালয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ চৰকাৰৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত প্ৰদেশ কংগ্ৰেছে নিলম্বন কৰিছিল দুই বিধায়ক ক্ৰমে চাৰ্লছ মাৰংগাৰ আৰু গেব্ৰিয়েল ৱাহলাঙক।

অৱশ্যে নিলম্বিত নোহোৱাকৈও এই দুই বিধায়কৰ সৈতে আজি এন পি পিত যোগ দিয়ে চেলেষ্টিন লিংডোহেও।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে