মৰিগাঁৱৰ কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দীৰ মৃতদেহ উদ্ধাৰ

কয়দী আব্দুল ৰছিদৰ মৃতদেহ উদ্ধাৰ
তিনিদিন পূৰ্বে দেৱাল বগাই পলায়ন কৰিছিল আব্দুল ৰছিদসহ ৫ কয়দী
আজি আাৰক্ষূয়ে উদ্ধাৰ কৰিছে আব্দুল ৰছিদৰ মৃতদেহ
মৰিগাঁও কাৰাগাৰৰ পৰা পলায়ন কৰা আন কয়দীক বিচাৰি অভিযান অব্যাহত