কেৰালা চৰকাৰে মানি নলয় ‘এক দেশ এক নিৰ্বাচন’, বিধানসভাত বিৰোধ প্ৰস্তাৱ

কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰিব খোজা ‘এক দেশ এক নিৰ্বাচন’ ব্যৱস্থাৰ বিৰুদ্ধে পোন প্ৰথমে দক্ষিণৰ ৰাজ্যৰ পৰাই আৰম্ভ হ’ল বিৰোধ৷ দক্ষিণৰ ৰাজ্য কেৰালাই এই বিৰোধ আৰম্ভ কৰিলে৷ কেৰালাৰ বামপন্থী চৰকাৰে বিধানসভাত ‘এক দেশ এক নিৰ্বাচন’ৰ ব্যৱস্থাৰ বিৰুদ্ধে আজি প্ৰস্তাৱ গ্ৰহণ কৰে৷ কেৰালাৰ মন্ত্ৰী এম.বি ৰাজেশে মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ হৈ বিধানসভাত উত্থাপন কৰিছিল এই প্ৰস্তাৱ। কেৰালা চৰকাৰে কেৰালা ৰাজ্যত এনে ব্যৱস্থা মানি লোৱা নহ’ব বুলি স্পষ্ট কৰে৷ ভাৰত চৰকাৰে এনে ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ তৎপৰ হোৱাৰ সময়তে কেৰালা চৰকাৰে এনে প্ৰস্তাৱ গ্ৰহণ কৰা দেখা গৈছে৷ কেৰালাৰ বামপন্থী চৰকাৰে এয়া অগণতান্ত্ৰিক আৰু অসাংবিধানিক বুলি উল্লেখ কৰিছে।

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক