চামগুৰিৰ পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত সংগীত শিল্পী অনুপম শইকীয়া

চামগুৰিঃ দেওবাৰে নিশা চামগুৰিত সংঘটিত এক পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় কণ্ঠশিল্পী অনুপম শইকীয়া। চামগুৰিৰ ৰঙাগড়ত চাৰিখনখনকৈ বাহন একেলগে দুৰ্ঘটনাগ্ৰস্ত হোৱাত সংগীত শিল্পীগৰাকীৰ লগতে আন কেইবাজনো আৰহীও আঘাতপ্ৰাপ্ত হয়।

জানিব পৰা মতে, ৰঙাগড়ত এখন মটৰ চাইকেলে অগা-দেৱা কৰাৰ ফলত পিছফালে আহি থকা এখন মেজিক, এখন হুণ্ডাই বাহন আৰু এখন ডাম্পাৰ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোৰ সময়ত হুণ্ডাই বাহনখনেৰে যোৰহাট অভিমুখে গৈ আছিল সংগীত শিল্পী অনুপম শইকীয়া।

ইফালে দুৰ্ঘটনাটোৰ পিছত ডাম্পাৰখনে পলায়নৰ চেষ্টা চলায় যদিও স্থানীয় ৰাইজে ডাম্পাৰখন আৱদ্ধ কৰে। দুৰ্ঘটনাটোত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা অনুপম শইকীয়াই চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত নিজৰ বাসগৃহলৈ যায়।

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক