জনতাক মাধমাৰ, হঠাতে বাঢ়িল পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ দাম

আকৌ ৰাইজৰ মাধমাৰ শোধালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ ৰন্ধন গেছৰ মূল্য ৫০ টকাকৈ আৰু প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত ২ টকাকৈ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ এতিয়াৰ পৰা ৰন্ধন গেছৰ দাম হ’ব ৯০২ টকা৷ পূৰ্বে ৰন্ধন গেছৰ দাম আছিল ৮৫২ টকা৷ পেট্ৰ’ল-ডিজেল প্ৰতি লিটাৰত ২ টকাকৈ আবকাৰী শুল্ক বৃদ্ধি কৰা হৈছে। শুল্ক বৃদ্ধিৰ ফলত গ্ৰাহকৰ ওপৰত প্ৰভাৱ পৰিব নে নাই সেয়া কেন্দ্ৰীয় চৰকাৰে বিবৃতি জাৰি কৰা নাই। গ্ৰাহকে পূৰ্বৰ দামত পেট্ৰল-ডিজেল ক্ৰয় কৰিব লাগিব নেআগতকৈ বেছি দানত কিনিবি লাগিব সেয়া স্পষ্ট হোৱা নাই৷

  • Related Posts

    জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ, নিহত ২৫ পৰ্যটক

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ বাইছাৰন উপত্যকাত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৫ জন পৰ্যটক নিহত হৈছে আৰু বহুজন আহত হৈছে। এই ঘটনাই অমৰনাথ যাত্ৰাৰ আগমুহূৰ্তত উপত্যকাত আতংকৰ সৃষ্টি কৰিছে। আক্ৰমণটোৰ সময়ত পৰ্যটকসকলে…

    ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ কংগ্ৰেছ প্ৰতিনিধিৰ, পঞ্চায়ত নিৰ্বাচনত ব্যাপক অনিয়মৰ অভিযোগ

    পঞ্চায়ত নিৰ্বাচনত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলি নদুৱাৰ আৰু ঢেকীয়াজুলি বিধানসভা সমষ্টিত নতুনকৈ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী কৰিছে শোণিতপুৰ জিলা কংগ্ৰেছে। জিলা কংগ্ৰেছৰ সভাপতি দাদুল কুমাৰ বৰকটকীৰ নেতৃত্বত যোৱা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…