জম্মু-কাশ্মীৰৰ ৯০ খন আসনত ভোটগণনা অব্যাহত
ওমৰ আব্দুল্লাৰ দল নেচনেল কনফাৰেন্স আগবাঢ়ি আছে
এনচি ৪০ খন আসনত আগবাঢ়িছে
বিজেপি ২৭ খন আসনত আগবাঢ়িছে
কংগ্ৰেছ ৮খন আসনত আগবাঢ়ি আছে।
এনচি আৰু কংগ্ৰেছৰ মিত্ৰতা কৰিছে ৰাজ্যখনত
ইণ্ডিয়া মিত্ৰজোঁট ৪৮ খন আসনত আগবাঢ়ি আছে
পিডিপি ৫ খন আসনত আৰু জেকেপিচি ২ খন আসনত আগবাঢ়ি আছে।
চিপিআই(এম) ১ খন আসনত আৰু নিৰ্দলীয় প্ৰাৰ্থী ৭ খন আসনত আগবাঢ়ি আছে।
১০ বছৰৰ পিছত জম্মু আৰু কাশ্মীৰত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল
