জীৱনে দিয়া এই ১০টা শিক্ষাই আপোনাক উপকৃত কৰিব

সততে সামাজিক মাধ্যমত বহু কথাই ভাইৰেল হয়৷ বহু লোকে জীৱনৰ ঘাট-প্ৰতিঘাট নেওচি সফলতা লাভ কৰে৷ তেনে লোকে জীৱনত কেনেদৰে সফলতা লাভ কৰিছে সেই কথা আনৰ সৈতে শ্বেয়াৰ কৰে৷ তেনে এটা ফেচবুক পোষ্ট কেইদিনামন ধৰি সামাজিক মাধ্যমত ভাইৰেল হৈ আছে৷

১) জীৱন কাৰো বাবে ৰৈ নেথাকে

২) নিজৰ যত্ন লওক নহলে পৃথিৱীখন আগবাঢ়ি যাব আৰু আপুনিহে থাকি যাব।

৩) নিজৰ সপোনৰ জীৱনটো গঢ় দিযবলৈ যত্ন কৰক নহলে বেলেগে আপোনাক ব্যৱহাৰ কৰি নিজৰ সপোন পূৰণ কৰিব।

৪) নীৰৱতাৰে নিজৰ কৰ্মত আগ্ৰসৰ হওঁক আৰু গোপনে নিজৰ সফলতা উপভোগ কৰক নহলে এই পৃথিৱীত হিংসা কৰা মানুহৰ অভাৱ নাই।

৫) নিজৰ অতীতক লৈ আক্ষেপ নকৰিব, ভুলহেঁলেও আগবাঢ়িলে মানুহ চিনি পোৱাত সহায় কৰে।

৬) কষ্ট কৰক আৰু নিজকে উন্নত কৰক।

৭) যি আপোনাৰ সপোনক সমৰ্থন নকৰে তেনে ব্যক্তিৰ উপদেশ গ্ৰহণ নকৰিব।

৮) নিজৰ আবেগৰ উপৰত নিয়ন্ত্ৰণ ৰাখক।

৯) যি সফল তেওঁক হিংসা নকৰিব পাৰিলে তেখেতৰ পৰা উপদেশ লওক।

১০) নিজকে শান্ত ও সমাহিত কৰি তোলক।

 

  • Brahmaputra Times

    Related Posts

    আজি মহাঅষ্টমীঃ কোকৰাঝাৰত দেৱী দৰ্শন মুখ্যমন্ত্ৰীৰ…

    ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০…

    ওমৰ আব্দুল্লা বিধায়িনী দলৰ নেতা নিৰ্বাচিত

    ১০ বছৰৰ মূৰকত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ গঠন হ’ব৷ ৮ অক্টোবৰত ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ ধাৰা ৩৭০ আতৰোৱাৰ পাছৰে পৰা ১০ বছৰে ৰাজ্যপালে চলাই আছিল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক