পুনৰ অসম আৰক্ষীৰ জালত ৫ বাংলাদেশী

ভাৰত-বাংলাদেশ সীমান্তত সষ্টম হৈ আছে ভাৰতৰ নিৰাপত্তাৰক্ষী৷ বাংলাদেশত গণ অভ্যুত্থানৰ পিছতে শ-শ বাংলাদেশীয়ে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰাৰ ফলত ভাৰতৰ নিৰাপত্তাৰক্ষী সষ্টম হৈ আছে৷ প্ৰতিনিদি বাংলাদেশী নাগৰিক জালত পৰাৰ পিছতে পুনৰ অসম আৰক্ষীৰ জালত পৰিছে বাংলাদেশী নাগৰিক৷ আজি বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা পাঁচ বাংলাদেশীক ধৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে।শ্ৰীভূমি আৰক্ষীয়ে বাংলাদেশ সীমান্তত অসমত প্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে আটক কৰে। বাংলাদেশী কেইজন হৈছে আব্দুল্লা, আনছাৰুল্লা, ৰোছিদ আহমদ, মোঃ কালিম মুল্লা আৰু হেপ্পী শ্বেখ৷ আটাইকেইজন সন্দেহযুক্ত বাংলাদেশীক আটক কৰি সোধা-পোছা কৰা হয়৷
আটক কৰাৰ পিছত উভতাই বাংলাদেশলৈ প্ৰেৰণ কৰা হয়৷

  • Related Posts

    তিনি বছৰৰ মূৰকত ‘ইষ্টাৰ যুদ্ধবিৰতি’, ইউক্ৰেইনৰ বিৰুদ্ধে অস্থায়ী যুদ্ধবিৰতি ৰাছিয়াৰ

    ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা ৰক্তাক্ত যুদ্ধক তিনিবছৰৰ মূৰকত যুদ্ধ বিৰতি ঘোষণা কৰা হৈছে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে একপক্ষীয়ে যুদ্ধবিৰতি ঘোষণা কৰিছে৷ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ একপক্ষীয় ইষ্টাৰ যুদ্ধবিৰতি ঘোষণা…

    শিৱসাগৰত মিত্ৰতা নকৰাত কংগ্ৰেছক আক্ৰমণ অখিলৰ, গৌৰৱ গগৈ আৰু বিজেপিৰ লগত সম্পৰ্কৰ অভিযোগ

    ৰাইজৰ দলৰ নেতা আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা নকৰাৰ বাবে তীব্ৰ সমালোচনা কৰি আহিছে। গত ছয়মাহ ধৰি তেওঁ কংগ্ৰেছক মিত্ৰতাৰ প্ৰস্তাৱ দি অহা সত্ত্বেও…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…