ভাৰত-ম্যানমাৰ সীমান্তত বিস্ফোৰণ, নিহত ১

নাগালেণ্ডৰ ভাৰত-ম্যানমাৰ সীমান্তত সংঘটিত বোমা বিস্ফোৰণ এজন লোক নিহত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ খবৰ মতে, বিস্ফোৰণত এনএছচিএন নগা আৰ্মিৰ এজন কেডাৰ নিহত হোৱাৰ লগতে আন দুজন লোক আহত হয়। নাগালেণ্ডৰ টোচেজুৰ নগা সেনাবাহিনীৰ মেজৰ হুছেয়া আছুমি নিহত হোৱা বুলি জানিব পৰা গৈছে৷

নাগালেণ্ডৰ টোচেজু এলেকাত সংঘটিত বিস্ফোৰণৰ পাছতে হুৱা-দুৱা লাগিছে৷ বিস্ফোৰণৰ পাছতে সেনাই অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, নাগালেণ্ডৰ টোচেজু এলেকাত এক শক্তিশালী বোমা বিস্ফোৰণ সংঘটিত হয়। কুকি নেচনেল আৰ্মি জৰিত বুলি বুলি সন্দেহ কৰা হৈছে৷

  • Brahmaputra Times

    Related Posts

    মণিপুৰৰ পাঁচখন জিলাত ৬ দিনৰ মূৰত ইণ্টাৰনেট সেৱা মুকলি

    ৬ দিনৰ পিছত মণিপুৰ চৰকাৰে ইণ্টাৰনেট সন্দৰ্ভত লৈছে ডাঙৰ সিদ্ধান্ত। উপত্যকা ভিত্তিক পাঁচখন জিলাত বন্ধ হৈ থকা ইণ্টাৰনেট সেৱা পুনৰ মুকলি হ’ব। তদুপৰি মঙলবাৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশো দিছে…

    ৫ খন জিলাত ইন্টাৰনেট বন্ধ, ৩খনত সান্ধ্য আইন; মণিপুৰলৈ ২০০০ চি আৰ পি এফ জোৱান প্ৰেৰণ

    মণিপুৰত আকৌ এবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। মঙলবাৰে আইন-শৃংখলা সন্দৰ্ভত ৰাজভৱন অভিমুখে পদযাত্ৰা কৰে হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে। এই সময়তে ছাত্ৰ-ছাত্ৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা হতাহতিত আহত হয় ৫০ জনতকৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ