সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক পুনৰ গ্ৰেপ্তাৰ, পাণবজাৰ আৰক্ষী থানাত সাংবাদিকৰ মৌন প্ৰতিবাদ

জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে আজি (২৮ মাৰ্চ) দ্বিতীয়টো গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছত সাংবাদিক সমাজে ক’লা কাপোৰেৰে মুখ ঢাকি মৌন প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদকাৰীসকলে তেওঁৰ তৎক্ষণাৎ মুক্তিৰ দাবী জনাইছে আৰু এই কাৰ্য্যক “স্বৈৰাচাৰী” বুলি অভিহিত কৰিছে ।

১. প্ৰথম গোচৰত জামিন: ২৫ মাৰ্চত অসম সমবায় এপেক্স বেংকৰ পৰিচালনা সঞ্চালক ডম্বৰু শইকীয়াৰ অভিযোগৰ ভিত্তিত ১১০/২৫ নম্বৰ গোচৰত দিলোৱাৰক গ্ৰেপ্তাৰ কৰা হৈছিল। পিছত আদালতৰ পৰা জামিন মঞ্জুৰ হৈছিল ।
২. দ্বিতীয় গোচৰত পুনৰ গ্ৰেপ্তাৰ: আজি একে বেংকৰ পৰিচালকৰ নতুন অভিযোগৰ ভিত্তিত ১১১/২৫ নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩২৯, ৩২৪(৪), ৩৫১(২), ৩০৯(৪), আৰু ১১৫ প্ৰয়োগ কৰি তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। অভিযোগমতে, দিলোৱাৰে ২৫ মাৰ্চত বেংকৰ প্ৰথম মহলাত বেআইনীভাৱে প্ৰৱেশ কৰি মূল্যৱান নথিপত্ৰ চুৰিৰ চেষ্টা কৰা বুলি কোৱা হৈছে।

প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া:

  • মৌন প্ৰতিবাদ: গ্ৰেপ্তাৰৰ বিৰুদ্ধে সাংবাদিকসকলে পাণবজাৰ থানাৰ সন্মুখত মুখত ক’লা কাপোৰ বান্ধি নীৰৱ প্ৰতিবাদ কৰে। তেওঁলোকে ৰাজ্যচৰকাৰক সাংবাদিক স্বাধীনতাক “দমন কৰাৰ” অভিযোগ আৰোপ কৰিছে ।
  • গুৱাহাটী প্ৰেছ ক্লাবৰ বিবৃতি: প্ৰেছ ক্লাবে এই গ্ৰেপ্তাৰক “সাংবাদিকতাৰ স্বাধীনতাত হস্তক্ষেপ” বুলি গণ্য কৰি চৰকাৰক তৎক্ষণাৎ হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে ।
  • ৰাজনৈতিক দলৰ সমৰ্থন: অসম জাতীয় পৰিষদে এই কাৰ্য্যক “ফেচিষ্ট প্ৰচেষ্টা” বুলি নিন্দা কৰি সাংবাদিকৰ মুক্তি দাবী কৰিছে।
  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ