ৰাজ্যত ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ-উল্লাস

কাইলৈ দৌলোৎসৱ তথা ৰঙৰ উৎসৱ ফাকুৱা। আজিৰে পৰা দৌলোৎসৱক লৈ ৰাজ্যজুৰি বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত উদুলি-মুদুলি পৰিৱেশ দেখা যায়৷ মহানগৰীৰ ফাঁচীবজাৰ আজিৰে পৰা নাচ-গানেৰে হোলী পালন কৰা দেখা যায়৷ ৰেইন ডান্স কৰি ফাঁচীবজাৰত আনন্দ-উল্লাস কৰে কেইবা শতাধিক লোকে৷ হিন্দু ধৰ্মাৱলম্বী লোকসকলে পূৰ্বৰে দৰেই এইবাৰো হেপাহৰে ফাকুৱা পালন কৰিব৷ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ প্ৰাচীনতম উৎসৱ হোলী অথবা ফাকুৱা ফাগুন মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা দেখা যায়৷ হিন্দুৰ এই উৎসৱত অসমত ধৰ্ম-বৰ্ণ নিৰ্বিশেষে হোলীত সকলোৱে অংশগ্ৰহণ কৰি আহিছে৷ নামনি অসমৰ বৰপেটাত দৌলোৎসৱ পাঁচ দিনীয়াকৈ উদযাপন কৰা হয়। প্ৰথম দিনটোক গোন্ধযাত্ৰা, দ্বিতীয় দিনটোক ভৰ দেউল আৰু ‍অন্তিমটো দিনক সুৱেৰী উলিওৱা হয়৷ অসমৰ প্ৰত্যকটো উৎসৱৰে অন্তৰালত এক ধৰ্মীয় পৰম্পৰাৰে দৌল উৎসৱৰ পালন কৰা হয়। অসূয়া-অপ্ৰীতিৰে জৰ্জৰিত ৰাজ্যখনে আৱিৰ সানি ৰঙীন হৈ পৰক আকৌ এবাৰ৷

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে