প্ৰৱঞ্চক দিপাংকৰৰ পৰা জব্দ নগদ ২৭ লাখ টকা…

গোৱাৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ডি বি ষ্টকৰ স্বত্বাধিকাৰী দিপাংকৰ বৰ্মনক ৷ দেওবাৰে প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰ কৰাৰ পাছতে বিমানেৰে অসমলৈ অনাৰ কথা আছিল যদিও বিমানৰ টিকট নথকাৰ বাবে সোমবাৰে অসমলৈ আনিব ধৃত দিপাংকৰক।

ইফালে দিপাংকৰক গ্ৰেপ্তাৰ কৰা পাছতে আৰক্ষীয়ে তেওঁৰ গোৱাত থকা কোঠাত তালাচী চলায়। তালাচীত আৰক্ষীয়ে নগদ প্ৰায় ২৭ লক্ষাধিক টকা ,সোণৰ আ-অলংকাৰ আৰু পাৰ্চপৰ্ট জব্দ কৰে।

অতিৰিক্ত আৰক্ষী আয়ুক্ত অমিত মাহাতোৰ নেতৃত্বত চলা এই অভিযানত দিপাংকৰ বৰ্মনক গোৱাৰ পানাজীৰ পৰা গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, গুৱাহাটীলৈ অনাৰ পাছতে চিবিআয়ে জিম্মাত লোৱাৰ সম্ভাৱনা আছে। আজি গোৱাৰ আদালতত হাজিৰ কৰিব দিপাংকৰ বৰ্মনক।

  • Brahmaputra Times

    Related Posts

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা সাংসদ পাপ্পু যাদৱৰ। ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলাবলৈ আজি ঝাৰখণ্ড ভ্ৰমণলৈ অহা সাংসদ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰে ৷ অৱশ্যে…

    নিৰ্বাচনী নিৰ্দেশ উলংঘা কৰি নিলম্বিত ৫ ACS বিষয়া…

    ৰাজ্যৰ ৫ গৰাকী ACS বিষয়াক নিলম্বন নিৰ্বাচনী নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত নিলম্বন নিলম্বন কৰা হৈছে ACS কংকনজ্যোতি শইকীয়াক নিলম্বন পৰিস্মিতা দিহিঙীয়া, জিণ্টু শৰ্মা, সৰোজ কুমাৰ ডেকাক আনজন নিলম্বিত ACS বিষয়া…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…