

- ৰাজ্যৰ ১৭গৰাকী আৰক্ষী পৰিদৰ্শকে হেৰুৱাব পাৰে চাকৰি
- আটাইকেইগৰাকী বিষয়ালৈ ১০ ছেপ্টেম্বৰত পত্র প্রেৰণ আৰক্ষী মুখ্য কাৰ্যালয়ৰ
- আৰক্ষী বিষয়া কেইগৰাকী অবৈধভাৱে নিৰ্বাচিত হোৱা অভিযোগ
- ২০০৮ চনৰ নিযুক্তি তালিকা পুনৰ প্রস্তুতৰ নিৰ্দেশ আদালতৰ
- লেখ আবেদনৰ জৰিয়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ভুক্তভোগী
- ইতিমধ্যে অব্যাহতি দিয়া হৈছে অঞ্জন চৌধুৰী আৰু দীপাংকৰ শইকীয়াক
- ১৭ গৰাকীৰ তালিকাত আছে ছহিদুল ৰহমান, ভাস্কৰ বৰ্মন, বদ্রী প্রসাদ বাৰুৱাতী
- হেমেন শৰ্মা, ফাৰুক আহমেদ, অমৰ ঘোষ, নৱজিৎ তালুকদাৰ
- কামাখ্যা মিশ্র, আমিনুল ইছলাম, শশধৰ কলিতা, ছৰিফুল ৰহমান
- উদ্দীপ্ত কলিতা, নীলিমা বড়ো, ভনিতা দাস, ৰিংকুমণি কলিতা
- টুইংকল গোস্বামী, সুনীতা ডেকাৰ নাম তালিকাত অন্তৰ্ভুক্ত