দাবী কৰা ধন নিদিয়াত ১২ বছৰীয়া ছাত্ৰক হত্যা, শদিয়াত চাঞ্চল্য
তিনিচুকীয়া জিলাৰ শদিয়াৰ চূণপোৰাত সংঘটিত নৃশংস ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শদিয়াৰ চূণপোৰা ১২ বছৰীয়া কিশোৰ ৰোহিত ছেত্ৰীক অপহৰণ কৰি নৃশংস হত্যা কৰে অপহৰণকাৰীয়ে৷ ইতিমধ্যে দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰি ১২…
সুস্থ হৈ ঘৰলৈ গ’ল জুবিন গাৰ্গ
আজি নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষই জুবিন গাৰ্গক ঘৰলৈ যাবলৈ দিয়ে৷ তিনিটা দিন চিকিৎসাৰ অন্তত সুস্থ হৈ উঠা জুবিন গাৰ্গক ঘৰলৈ যাব দিয়ে নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষই৷ দেওবাৰে পুৱা জোনালীস্থিত মিউজিক ষ্টুডিঅ’ত কাম…
সভাপতি পদ ত্যাগ আজমলৰ, চিৰাজুদ্দিন আজমল হ’ব AIUDFৰ নতুন সভাপতি
বিপৰ্যয়ে লগ এৰা নাই বদৰুদ্দিন আজমলক৷ ধুবুৰী লোকসভা সমষ্টিত ১০ লক্ষ ভোটৰ ব্যৱধানত পৰাজিত হৈ এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে দলৰ সকলো সমিতি ভংগ কৰিছিল৷ তাৰ পাছতে আজি হাতীগাঁৱৰ কাৰ্যালয়ত অনুষ্ঠিত…
ব্লক-মণ্ডল-বুথ সমিতিত কৰিব লাগিব কাম, ৫ সমষ্টিৰ বাবে ৫টা সমিতি গঠন কংগ্ৰেছৰ
উপ-নিৰ্বাচনৰ বাব তৎপৰতা আৰম্ভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে৷ ইতিমধ্যে ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সুকীয়া সুকীয়া সমিতি গঠন কৰিছে প্ৰদেশ কংগ্ৰেছে৷ বঙাইগাঁও, চামগুৰি, ধলাই, বিহালী আৰু ছিদলী বিধানসভা সমষ্টিৰ বাবে তিনি…
পূৰ্বৰ ভোটাৰ তালিকাতে হ’ব নিৰ্বাচন, উপ-নিৰ্বাচনৰ পূৰ্বে ৫ সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ
লোকসভা নিৰ্বাচনৰ ফলত ৰাজ্যত খালী হোৱা পাঁচটা বিধানসভা সমষ্টিত শীঘ্ৰে অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ৷ ৰাজ্যিক নিৰ্বাচন বিভাগে পাঁচটা বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে।…
কেতিয়া সুৰক্ষিত হ’ব ৰে’লযাত্ৰী? পুনৰ ৰে’ল দুৰ্ঘটনা, নিহত ২
দেশত পুনৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে৷ পুৱা ৪.৪৫ বজাত চেৰাইকেলা-খাৰচাৱান জিলাৰ সীমান্তৱৰ্তী বাদাবাম্বুৰত এই দুৰ্ঘটনা সংঘটিত হৈছে৷ মঙলবাৰে পুৱা ঝাৰখণ্ডত মুম্বাই-হাওৰা মেইল দুৰ্ঘটনাত পতিত হৈ দুজনকৈ লোক নিহত হোৱাৰ লগতে…
বধ্যভূমিত পৰিণত ৱায়ানাড, এশৰো অধিক লোক নিহত, নিৰুদ্দেশ ৯৮
মঙলবাৰে কেৰালাৰ ৱায়ানাডৰ মেপ্পাডিত প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে নেৰা-নেপেৰা বৰষুণৰ পাছতে ভূমিস্খলনৰ ফলত নিহতৰ সংখ্যা ৯৩ জনলৈ বৃদ্ধি পাইছে। ভূমিস্খলনত বহু সংখ্যক লোক আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে। মৃত্যুৰ…
আজিৰ যুগৰ ৬ চক্ৰবেহু কোন কোনে সদনত ক’লে ৰাহুল গান্ধীয়ে
আজি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বাজেটক লৈ ভাষণ প্ৰদান কৰে৷ ৰাহুল গান্ধীয়ে ভাষণত মহাভাৰতৰ প্ৰসংগ টানি আহি অভিমন্যুক চক্ৰবেহুৰ কথা উল্লেখ কৰে৷ গান্ধীয়ে কয় যে যেনেদৰে অভিমন্যুক চক্ৰবেহুত বন্দী…
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে শপত বিজেপিৰ আস্থাভাজন ননীগোপাল মহন্তৰ
বিজেপিৰ আস্থাভাজন তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ড০ ননীগোপাল মহন্তই আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে শপত লয়৷ ৰাজ্যপালে ননীগোপাল মহন্তক শপত বাক্য পাঠ কৰোৱায়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী…
চিন্তা নকৰিব, মই সুস্থ, সকলোকে লগ পাম
জুবিন গাৰ্গেই নিজেই ক’লে ‘মই ভালে আছো’৷ সাংবাদিকৰ কেমেৰাৰ সন্মুখত এই কথা কয় জুবিন গাৰ্গে৷ হঠাতে অসুস্থ হোৱাত জুবিন গাৰ্গক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছে৷ নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষৰ মতে, জুবিনৰ…