ভাৰত-ম্যানমাৰ সীমান্তত বিস্ফোৰণ, নিহত ১
নাগালেণ্ডৰ ভাৰত-ম্যানমাৰ সীমান্তত সংঘটিত বোমা বিস্ফোৰণ এজন লোক নিহত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ খবৰ মতে, বিস্ফোৰণত এনএছচিএন নগা আৰ্মিৰ এজন কেডাৰ নিহত হোৱাৰ লগতে আন দুজন লোক আহত হয়।…
বীৰ ৰাঘৱ মৰাণ স্মৃতি দিৱস উপলক্ষে সীমিত বন্ধ ঘোষণা
উজনি অসমৰ কৃষ্টি-সংস্কৃতিৰে চহকী মৰাণ জনগোষ্ঠীৰ আবেগ তথা অসমীয়া জাতিৰ অতুল্য সাহস, বীৰত্ব, স্বদেশ প্ৰেমৰ নিদৰ্শন বীৰ ৰাঘৱ মৰাণৰ স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ ঘোষণা কৰিছে৷ মহান…
কাৰ্টুনিষ্ট-চিত্ৰশিল্পী, লেখক মুবিন ৰাভাক নিশান্ত কাশ্যপ যুৱ মেধা বঁটা প্ৰদান
বিশিষ্ট কাৰ্টুনিষ্ট, চিত্ৰশিল্পী তথা লেখক মুবিন ৰাভাক আজি নিশান্ত কাশ্যপ যুৱ মেধা বঁটা প্ৰদান কৰা হয়৷ দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশেষ অনুষ্ঠানত লেখিকা সংস্থা অসমে প্ৰথমবাৰ এই বঁটা প্ৰদান…
লক্ষ্য উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনঃ আমবাৰিত অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক
উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত বিজয় নিশ্চিত কৰাৰ লক্ষ্য লৈ তৎপৰ হৈছে বিজেপিৰ সহযোগী আঞ্চলিক দল অসম গণ পৰিষদ৷ আজি দলটোৰ সভাপতি অতুল বৰাৰ পৌৰাহিত্যত আমবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ত বৰ্ধিত কাৰ্যনিৰ্বাহক…
বিল্ডাৰে ৰমেন বৰুৱাহঁতৰ ঘৰটোৰ মূল্য দিছিল ৭০ কোটি টকা
২২ জুলাই পুৱা ১০ বজাত ঘৰৰ পৰা ওলাই গৈ আজিও নিৰুদ্দেশ হৈ আছে অসমীয়া সংগীত জগতৰ নক্ষত্ৰ তথা বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা৷ ২২ জুলাইৰ পুৱা লতাশিলস্থিত গণেশ মন্দিৰলৈ যাম…
প্ৰথমবাৰ ইংৰাজীৰ লগতে অসমীয়া ভাষাত APSCৰ পৰীক্ষাৰ প্ৰশ্ন
অসম লোকসেৱা আয়োগৰ সংযুক্ত অসামৰিক সেৱাৰ পৰীক্ষাসমূহ (মূল) কাইলৈৰ পৰা অনুষ্ঠিত হ’ব৷ ইতিমধ্যে ৰাজ্যখনৰ কেইবা হাজাৰ মেধা ছাত্ৰ-ছাত্ৰী এই পৰীক্ষাৰ বাবে সাজু হৈছে৷ পৰীক্ষাসমূহ কোনো সমস্যা তথা বিতৰ্ক অবিহনে অনুষ্ঠিত…
কুখ্যাত সুদখোৰ ফণী মণ্ডলক গ্ৰেপ্তাৰ, সমগ্ৰ নগাঁৱত অভিযান কেতিয়া?
সমগ্ৰ নগাঁও জিলাত সুদখোৰে অবৈধ বেহা চলাই থকাৰ অভিযোগৰ মাজতে বটদ্ৰৱাৰ কুখ্যাত সুদখোৰ ফণী মণ্ডলক গ্ৰেপ্তাৰ কৰিছে বটদ্ৰৱা আৰক্ষীয়ে৷ এগৰাকী মহিলাৰ এজাহাৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে সুদখোৰ ফণী মণ্ডলক৷…
আৰক্ষীৰ নামত গুণ্ডাটেক্স সংগ্ৰহ, আমছু নেতাৰ কুকীৰ্তি ফাদিল
আমছু নেতাই আৰক্ষীৰ নামত গুণ্ডাটেক্স সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে৷ নগাঁৱৰ স্বয়ম্ভু আমছু নেতা চৈয়দ আহমেদৰ বিৰুদ্ধে এই অভিযোগ উত্তাপন হৈছে৷ ইতিধ্যে জুৱাৰীৰ পৰা গুণ্ডটেক্স সংগ্ৰহৰ অডিঅ’ ক্লিপ ভাইৰেল হৈছে৷ সংখ্যালঘূ…
কমলা হেৰিছ অযোগ্য, উগ্ৰ বাওঁপন্থী, উন্মাদ
আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা জ’ বাইদেনে নাম প্ৰত্যাহাৰৰ পাছতে ভাৰতীয় বংশোদ্ভৱ কমলা হেৰিছৰ বাবে ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাট মুকলি হৈছে৷ কমলা হেৰিছৰ নাম চৰ্চাত অহাৰ লগে লগে আক্ৰমণ…
মণিপুৰ-জম্মু-কাশ্মীৰ ভ্ৰমণ নকৰিব
ভাৰত ভ্ৰমণ কৰা আমেৰিকাৰ নাগৰিকক পুনৰবাৰ সতৰ্ক কৰিলে দেশখনৰ চৰকাৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ ভ্ৰমণ নকৰিবলৈ সতৰ্ক কৰি দিছে আমেৰিকাৰ প্ৰশাসনে৷ ২৩ জুলাইত মণিপুৰ সন্দৰ্ভত মন্তব্য কৰিছে আমেৰিকাই৷ আমেৰিকাত থকা প্ৰবাসী ভাৰতীয়ৰ…