অসমৰ চালকক মেঘালয়ত আক্ৰমণ

মেঘালয়ত অসমৰ বাণিজ্যিক আৰু ব্যক্তিগত বাহনৰ প্ৰৱেশত বাধা দি অহাৰ সময়তে এইবাৰ মেঘালয়ত অসমৰ বাহনত আক্ৰমণ কৰাৰ খবৰ প্ৰকাশ পাইছে৷ তুৰাত মেঘালয়ৰ একাংশ উগ্ৰ চালকে অসমৰ এখন বাহনত আক্ৰমণৰ খবৰ…

প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ আৰএছএছ নেতা লক্ষ্মণপ্রসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল নিযুক্তি

গোলাব চান্দ কাটাৰীয়াক ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অসমৰ নতুন ৰাজ্যপাল নিযুক্তি দিয়া হৈছিল৷ কিন্তু মাথো ১৬ মাহ পাছতে অসমৰ ৰাজ্যপাল সলনি কৰা হ’ল৷ অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াক পঞ্জাৱৰ ৰাজ্যপাল…

নাৰাজ ৰমেন ডেকাক সংস্থাপন দি কৰা হ’ল পুৰস্কৃত

লোকসভা নিৰ্বাচনৰ পাছতে বিজেপিয়ে দলটোৰ নেতাসকলক ৰাজনৈতিক সংস্থাপন দিবলৈ প্ৰয়াস কৰিছে৷ বিশেষকৈ অসমৰ নাৰাজ জ্যেষ্ঠ নেতাসকলক সংস্থাপিত কৰিবলৈ প্ৰয়াস কৰিছে৷ অসমৰ বিজেপিৰ নাৰাজ জ্যেষ্ঠ নেতা ৰমেন ডেকাক ছত্তীছগড়ৰ ৰাজ্যপাল নিয়ুক্তি…

দিল্লীত ভয়ানক কাণ্ড, কোচিং চেণ্টাৰৰ বেচমেণ্টত জমা হোৱা পানীত ডুবি ৩ ছাত্ৰৰ মৃত্যু

দিল্লীৰ পুৰণি ৰাজেন্দ্ৰ নগৰ অঞ্চলৰ এটা কোচিং চেণ্টাৰত তিনি ছাত্ৰৰ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰচুৰ বৰষুণত জমা হোৱা পানীত আৱদ্ধ হৈ কোচিং চেণ্টাৰৰ শিক্ষাৰ্থীৰ মৃত্যু হয়। তিনিও শিক্ষাৰ্থী…

শ্বুটাৰ মনু ভাকাৰে দেশৰ বাবে জিকিলে প্ৰথমটো পদক

দেশৰ বাবে গৌৰৱৰ খবৰ কঢ়িয়াই আনিছে ভাৰতীয় শ্বুটাৰ মনু ভাকাৰে৷ পেৰিছত অনুষ্ঠিত অলিম্পিকত প্ৰথম পদক লাভ কৰে মনু ভাকাৰে৷ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত প্ৰথম পদক লাভ কৰে৷ ভাৰতীয়…

ব্যক্তিগত হাস্পতালত আয়ুষ্মান কাৰ্ডৰ সেৱা বন্ধ, উজনি-নামনিত হাহাকাৰ

চৰকাৰৰ এক সিদ্ধান্তৰ পাছতে ৰাজ্যৰ কেইবাখনো হাস্পতালত হাহাকাৰ লাগিছে৷ ব্যক্তিগত হাস্পতালত আয়ুষ্মান কাৰ্ডৰ সেৱা বন্ধ কৰাত হাহাকাৰ লগা পৰিলক্ষিত হৈছে৷ পূৰ্ব জাননী অবিহনে হঠাতে আয়ুষ্মান কাৰ্ডৰ সেৱা বন্ধ কৰাত ব্যক্তিগত…

‘যদি কোনোবা নদীলৈ গৈ ঘূৰি নাহে তেন্তে সকলো নিয়তিৰ পৰিহাস’

২২ জুলাইৰ পৰা নিৰুদ্দেশ হৈ থকা অসমীয়া সংগীত জগতৰ নক্ষত্ৰ তথা বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাক লৈ পুনৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ ২২ জুলাইত লতাশিলৰ গণেশ মন্দিৰলৈ…

ৰাধা গোৱিন্দ বৰুৱা সভাকক্ষত টেট উৰ্ত্তীণ শিক্ষক সমাজৰ ‘চিন্তন বৈঠক’

আজি গুৱাহাটীস্থিত অসম সাহিত্য সভা চৌহদৰ ৰাধা গোৱিন্দ বৰুৱা সভাকক্ষত অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ উদ্যোগত এখন বিশেষ ‘চিন্তন বৈঠক’ অনুষ্ঠিত হয়৷ এই বৈঠকত কেইবাটাও সংগঠনৰ প্ৰতিনিদি উপস্থিত হয়৷…

ৰমেন বৰুৱাৰ নিৰুদ্দেশ জাতীয় গৌৰৱৰ কথা কোৱাসকলৰ মুখত এটা প্ৰচণ্ড চৰ

ডা০ ৰঞ্জিত কুমাৰ দাসৰ কলমত… সচাকৈ কৈছোঁ-কোনোবাইো অসমীয়া জাতীয় স্বাভিমান, জাতীয় গৌৰৱ আদিৰ কথা কলে আজিকালি চৰ এটা মাৰি দিবৰ মন যায়৷ আমি বিহুৰ বিশ্ব ৰেকৰ্ড কৰিবলৈ শ কৌটি টকা…

আজি অসমবাসীৰ বাবে বিশেষ দিন, আহোমৰ মেদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি

অসমৰ ইতিহাসত বিশেষ দিন হৈ ৰ’ল আজিৰ দিনটো৷ ২০২৪ চনৰ ২৬ জুলাইৰ দিনটোতে অসমে লাভ কৰিলে বিশেষ স্বীকৃতি৷ নানা জল্পনা-কল্পনাৰ অন্তত আহোম যুগৰ কীৰ্তিচিহ্নই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে৷ আহোমৰ ৭০০…