বিল্ডাৰে ৰমেন বৰুৱাহঁতৰ ঘৰটোৰ মূল্য দিছিল ৭০ কোটি টকা

২২ জুলাই পুৱা ১০ বজাত ঘৰৰ পৰা ওলাই গৈ আজিও নিৰুদ্দেশ হৈ আছে অসমীয়া সংগীত জগতৰ নক্ষত্ৰ তথা বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা৷ ২২ জুলাইৰ পুৱা লতাশিলস্থিত গণেশ মন্দিৰলৈ যাম…

প্ৰথমবাৰ ইংৰাজীৰ লগতে অসমীয়া ভাষাত APSCৰ পৰীক্ষাৰ প্ৰশ্ন

অসম লোকসেৱা আয়োগৰ সংযুক্ত অসামৰিক সেৱাৰ পৰীক্ষাসমূহ (মূল) কাইলৈৰ পৰা অনুষ্ঠিত হ’ব৷ ইতিমধ্যে ৰাজ্যখনৰ কেইবা হাজাৰ মেধা ছাত্ৰ-ছাত্ৰী এই পৰীক্ষাৰ বাবে সাজু হৈছে৷ পৰীক্ষাসমূহ কোনো সমস্যা তথা বিতৰ্ক অবিহনে অনুষ্ঠিত…

কুখ্যাত সুদখোৰ ফণী মণ্ডলক গ্ৰেপ্তাৰ, সমগ্ৰ নগাঁৱত অভিযান কেতিয়া?

সমগ্ৰ নগাঁও জিলাত সুদখোৰে অবৈধ বেহা চলাই থকাৰ অভিযোগৰ মাজতে বটদ্ৰৱাৰ কুখ্যাত সুদখোৰ ফণী মণ্ডলক গ্ৰেপ্তাৰ কৰিছে বটদ্ৰৱা আৰক্ষীয়ে৷ এগৰাকী মহিলাৰ এজাহাৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে সুদখোৰ ফণী মণ্ডলক৷…

আৰক্ষীৰ নামত গুণ্ডাটেক্স সংগ্ৰহ, আমছু নেতাৰ কুকীৰ্তি ফাদিল

আমছু নেতাই আৰক্ষীৰ নামত গুণ্ডাটেক্স সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে৷ নগাঁৱৰ স্বয়ম্ভু আমছু নেতা চৈয়দ আহমেদৰ বিৰুদ্ধে এই অভিযোগ উত্তাপন হৈছে৷ ইতিধ্যে জুৱাৰীৰ পৰা গুণ্ডটেক্স সংগ্ৰহৰ অডিঅ’ ক্লিপ ভাইৰেল হৈছে৷ সংখ্যালঘূ…

কমলা হেৰিছ অযোগ্য, উগ্ৰ বাওঁপন্থী, উন্মাদ

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা জ’ বাইদেনে নাম প্ৰত্যাহাৰৰ পাছতে ভাৰতীয় বংশোদ্ভৱ কমলা হেৰিছৰ বাবে ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাট মুকলি হৈছে৷ কমলা হেৰিছৰ নাম চৰ্চাত অহাৰ লগে লগে আক্ৰমণ…

মণিপুৰ-জম্মু-কাশ্মীৰ ভ্ৰমণ নকৰিব

ভাৰত ভ্ৰমণ কৰা আমেৰিকাৰ নাগৰিকক পুনৰবাৰ সতৰ্ক কৰিলে দেশখনৰ চৰকাৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ ভ্ৰমণ নকৰিবলৈ সতৰ্ক কৰি দিছে আমেৰিকাৰ প্ৰশাসনে৷ ২৩ জুলাইত মণিপুৰ সন্দৰ্ভত মন্তব্য কৰিছে আমেৰিকাই৷ আমেৰিকাত থকা প্ৰবাসী ভাৰতীয়ৰ…

নগাঁৱত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপতে বোৱতী নৈ হত্যাৰ প্ৰয়াস

নগাঁও জিলাৰ সদৰ চহৰৰ মাজেৰে বৈ যোৱা সোনাই নৈ আজি অস্তিত্বৰ সংকটত পৰিছে৷ কিয়নো নৈৰপাৰৰ বৃহৎ এলেকা একাংশ লোকে দখল কৰি ঘৰ-দুৱাৰ সাজি ব্যৱসায় কৰি থকাৰ অভিযোগ উত্থাপন হৈছে৷ জিলা…

হাইদৰ হুছেইনৰ স্বাস্থ্যৰ বুজ ল’লে অখিল গগৈয়ে

নিজ ঘৰৰ বাথৰুমত পিছলি পৰি গুৰুতৰভাবে অসুস্থ প্ৰখ্যাত সাংবাদিক তথা বুদ্ধিজীৱী হাইদৰ হুছেইনৰ স্বাস্থ্যৰ বুজ লয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ আজি আবেলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত…

গুৱাহাটীৰ হোষ্টেলৰ বাথৰুমত ৰহস্যজনক অৱস্থাত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ

ইটোৰ পাছত সিটো অঘটন সংঘটিত হৈ আহিছে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত৷ বিশেষকৈ নাৰীজনিত অপৰাধ বৃদ্ধি হোৱাৰ সময়তে পুনৰ এগৰাকী অধ্যয়নৰত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে৷ মহানগৰীৰ পানীখাইতিৰ এটা…

পুৱাৰে পৰা নিৰুদ্দেশ সংগীত পৰিচালক ৰমেন বৰুৱা

প্ৰথিতযশা সংগীত পৰিচালক, সংগীত শিল্পী ৰমেন বৰুৱা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ৰমেন বৰুৱাই আজি পুৱা মহানগৰীৰ লতাশিলস্থিত গণেশ মন্দিৰলৈ আহিম বুলি ঘৰৰ…