বিহালীত দিগন্ত-জয়ন্ত-অনন্তৰ মনোনয়ন দাখিল…

শুকুৰবাৰে ৭৭ নং বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে শাসকীয় দল বিজেপি মনোনীত প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ, বিৰোধী কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বৰা, চিপিআই(এম-এল) দলৰ মনোনীত লক্ষীকান্ত কুৰ্মী আৰু আম আদমী পাৰ্টীৰ অনন্ত গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷

বিহালীত উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ মাজত দেখা গৈছে এক উমৈহতীয়া মিল ৷আপত দৃষ্টিত বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থী চাৰি গৰাকীৰ কোনো আদৰ্শ-মতাদৰ্শ, দৈহিক গঠন ,ৰাজনৈতিক চিন্তা, সামাজিক দ্বায়ৱদ্ধতা, ব্যক্তিত্ব মিল নাই যদিও চাৰি গৰাকী প্ৰাৰ্থীৰ মাজত এক বিশেষ মিল আছে ৷ আনহাতে তেওঁলোকৰ ৰাজনৈতিক দৰ্শন হ’ল ৰাষ্ট্ৰীয়তাবাদ ৷

বিহালীত নাই কোনো আঞ্চলিকতাবাদত বিশ্বাসী ৰাজনীতিক ৷ বিহালী উপ নিৰ্বাচনত কোনো এগৰাকী আঞ্চলিকতাবাদত বিশ্বাসী কোনো প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত নহ’ল ৷

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…