হাৰিয়ানাত শেষ হাঁহি মাৰিলে বিজেপিয়ে…

ডিজিটেল ডেস্কঃ হাৰিয়ানাত তৃতীয় বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ সুযোগ লাভ কৰিলে বিজেপিয়ে। ৯০ খন আসনৰ হাৰিয়ানা বিধানসভাত মেজিক নম্বৰ ৪৬ অতিক্ৰম কৰিলে বিজেপিয়ে। দলটোৱে মুঠ ৪৮ খন আসন লাভ কৰিছে।

ইয়াৰ বিপৰীতে কংগ্ৰেছে ৩৭ খন, ইণ্ডিয়ান নেচনেল লোক দলে ২ খন আৰু নিৰ্দলীয়ই ৩ খন আসন লাভ কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যখনত আম আদমি পাৰ্টিয়ে এখনো আসন দখল কৰিবলৈ সক্ষম নহ’ল।

একাংশ ৰাজনৈতিক বিশেষজ্ঞৰ মতে ৰাজ্যখনত কংগ্ৰেছৰ ক্ষমতা দখলৰ পূৰ্ণ সম্ভাৱনা আছিল যদিও বিৰোধী ঐক্যবদ্ধ নোহোৱাৰ বাবেই বিজেপিয়ে পুনৰ তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিবলৈ সক্ষম হ’ল।

  • Brahmaputra Times

    Related Posts

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    ডিজিটেল ডেস্কঃ  অশান্ত মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে মঙলবাৰে ৰাজধানী নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ তত্বাবধানত মণিপুৰৰ মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ৰ বিধায়কসকল একলগ হৈ এক বৈঠকত মিলিত হয়। ৰাজ্যখনৰ ভূমি আৰু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক