নলবাৰীত গৌৰৱ গগৈক ক’লা পতাকা প্ৰদৰ্শন
আজি নলবাৰীত যোৰহাটৰ সাংসদ গৌৰৱ গগৈক একাংশ লোকে ক’লা পতাকা প্ৰদৰ্শন কৰে৷ লোকসভাৰ বিৰোধী উপ-দলপতি তথা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ কনভয় পঞ্চায়ত নিৰ্বাচনৰ প্রচাৰ অভিযানত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়তে বিজেপি…
অসমৰ পঞ্চায়ত নিৰ্বাচন ২০২৫, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত
আজি ২ মে’ত অসমৰ ১৪খন জিলাত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা জিলা কেইখন হৈছে — তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি,…
ফুলগুৰি ধেৱাত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শনঃ অখিলক পাগল, হিমন্তক ‘দুৰ্যোধন-ৰাৱন-ল’ৰা ৰজা’ৰ সৈতে তুলনা
উত্তৰ অসমৰ ঐতিহাসিক ফুলগুৰি ধেৱাত আজি অনুষ্ঠিত হ’ল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত আয়োজিত ‘সংবিধান বচাও ৰেলী’, য’ত হাজাৰ হাজাৰ কংগ্ৰেছ সমৰ্থকৰ উপস্থিতি দেখা গৈছিল। সমষ্টিত পুনৰ সাংগঠনিক মজবুতিত লক্ষ্য…
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জিলাই জিলাই কংগ্ৰেছৰ এজাহাৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ নাৰী সমাজক অপমান কৰাৰ বিৰুদ্ধে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে জিলা সদৰসমূহত মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ৰাজ্যখনৰ জিলাই জিলাই জিলা কংগ্ৰেছৰ সভাপতি আৰু আন…
নাৰী সমাজলৈ আৱেগিক পত্ৰ গৌৰৱ গগৈৰ, মুখ্যমন্ত্ৰীৰ দাবী গৌৰৱৰ সন্তান ভাৰতীয় নহয়
আজি যোৰহাটৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে অসমৰ নাৰী সমাজক লৈ আৱেগিক পত্ৰ জাৰি কৰিছে৷ নিজৰ সামাজিক মাধ্যমৰ একাউণ্ট যোগে প্ৰকাশ কৰা এই পত্ৰখন সাংসদ হিচাপে নহয় এগৰাকী…
ট্ৰেডিং কেলেংকাৰিত জড়িত তাৰ্কিক-বিশালক জামিন, চুমি বৰা এতিয়াও কাৰাবন্দী
বহু বিতৰ্কিত ট্ৰেডিং কেলেংকাৰিত জড়িত বুলি অভিযুক্ত নৃত্য শিল্পী চুমি বৰাৰ ভাতৃ বিশাল ফুকন আৰু স্বামী তাৰ্কিক বৰাই অবশেষত জামিন লাভ কৰিছে। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী থকা এই দুয়োজন অভিযুক্তক…
মহানগৰীৰ সাতগাঁৱৰ পৰা সন্ধানহীন ছাত্ৰ উদ্ধাৰ
গুৱাহাটী মহানগৰীৰ সাতগাঁৱৰ পৰা সন্ধানহীন এজন নাবালকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নুনমাটি আৰক্ষী। কামাখ্যা ৰেল ষ্টেচনৰ ওচৰত বঁটল বুটলি থকা অৱস্থাত উদ্ধাৰ কৰা হয় ছাত্ৰজন৷ ছাত্ৰ জনৰ নাম প্ৰকাশ দাস…
চন্দন মালাকাৰ, প্ৰগ্যাজিতৰ ভয়ংকৰ কাণ্ড, পাক পতাকাসহ পাকিস্তান জিন্দাবাদ লিখা সনাতনী মঞ্চৰ নেতাক গ্ৰেপ্তাৰ
উত্তৰ ২৪ পৰগণা, ১ মেঃ পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণাৰ বঙাইচিলত হিন্দুস্তান মুৰ্দাবাদ, পাকিস্তান জিন্দাবাদ লিখা আৰু পাকিস্তানৰ পতাকা লগোৱা দুই সনাতনী একতা মঞ্চৰ দুই নেতাক গ্ৰেপ্তাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷…
চানমাৰীত পাইপ ফুটি হাহাকাৰ, ভাঙি গ’ল জলমগ্ন পথ, যাতায়ত স্তদ্ধ
গেমনে গুৱাহাটীবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে বহুওৱা পানীৰ পাইপ এতিয়া যেতিয়াই তেতিয়াই য’তে ত’তে ফুটে৷ মাহেকে, পষেকে গুৱাহাটীত গেমনে বহুওৱা পানীৰ পাইপ ফুটি মানুহৰ জীৱন-সম্পত্তিৰ ক্ষতি হৈ আহিছে৷ পুনৰ পাইপ…
বিহাৰ নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, জাতিগত জনগণনা কৰাৰ ঘোষণা
কেন্দ্ৰীয় মোদী চৰকাৰে ঘোষণা কৰিছে যে অহা ৰাষ্ট্ৰীয় জনগণনাত (Census) জাতি ভিত্তিক তথ্য সংযোজিত হ’ব। এই সিদ্ধান্তক চলিত ৰাজনৈতিক পৰিস্থিতিত বিশেষ গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰা হৈছে, বিশেষকৈ বিহাৰ বিধানসভা নিৰ্বাচনৰ…