ঘৰৰ পৰা মাত্ৰ দুশ মিটাৰ নিলগত পথ দুৰ্ঘটনাত মৃত্যু জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাৰ

মৰিগাঁওৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ মৃতদেহ পথৰ কাষত ৰহস্যজনকভাৱে উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। মঙলবাৰে নিশা মৰিগাঁও চহৰৰ ডেঙাগুৰিত তেজেৰে তুমুৰলি হৈ থকা অৱস্থাত উদ্ধাৰ হয় জ্যেষ্ঠ সাংবাদিক ৰাতুল…

মিঞা বহিষ্কাৰৰ দাবীৰে প্ৰচাৰ পোষ্টাৰ! আহোম যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতিসহ দুজনক আটক আৰক্ষীৰ

উজনি অসমত মিঞাক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে মিঞা সম্প্ৰদায়ৰ বিৰুদ্ধে উচটনিমূলক পোষ্টাৰ প্ৰচাৰ কৰাৰ অভিযোগত আটক কৰা হৈছে টাই আহোম যুৱ ছাত্ৰ পৰিষদ চমুকৈ টাইপাৰ দুই সদস্যক। মঙলবাৰে…

নিজে গৃহমন্ত্ৰী হৈ অসমত গৃহযুদ্ধ লগাব বিচাৰিছে মুখ্যমন্ত্ৰীয়েঃ বিধানসভাৰ পৰা নিলম্বনৰ পিছত সৰৱ হৈ পৰিল অখিল গগৈ

গুৱাহাটীঃ ৰাজ্যত বৃদ্ধি পোৱা নাৰী নিৰ্যাতনৰ ঘটনা আৰু মিঞা বিতৰ্কক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিক লৈ সদনত সূত্ৰপাত ঘটা তীব্ৰ বাক-বিতণ্ডাৰ মাজতে শৰৎকালীন অধিৱেশৰ দ্বিতীয় দিনটোৰ বাবে বিধায়ক অখিল গগৈক…

মই মিঞাক অসম দখল কৰিবলৈ নিদিওঃ বিধানসভাৰ পৰা হুংকাৰ মুখ্যমন্ত্ৰীৰ

গুৱাহাটীঃ উজনি অসমত মিঞাৰ বিৰুদ্ধে খিলঞ্জীয়া দল-সংগঠনৰ অভিযানে উত্তজনাপূৰ্ণ কৰি তুলিছে ৰাজ্যৰ পৰিস্থিতি। কেইবাটাও দল-সংগঠনে মিঞাক উজনি অসম এৰিবলৈ ৭ দিনৰ আল্টিমেটম দিয়াৰ পিছতে কালি ৰাজ্যপালক সাক্ষাৎ কৰি মিঞাৰ সুৰক্ষাৰ…

গুৱাহাটীত স্থাপন কৰা হ’ব দ্বিতীয়খন মেডিকেল কলেজ, নাম হ’ব…

ৰাজ্যত পুনৰ স্থাপন হ’ল মেডিকেল কলেজ। ২০২৫ চনত গুৱাহাটীত স্থাপন কৰা হ’ব দ্বিতীয়খন মেডিকেল কলেজ। বিধানসভাৰ শৰৎকালীন অধিৱেশনত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গুৱাহাটীত স্থাপন কৰিবলগীয়া মেডিকেল কলেজখনৰ নাম…

শোকাবহ! নৈত গা ধুবলৈ গৈ একেলগে সলিল সমাধি এহাল দম্পতীৰ

অৱশেষত নৈৰ বুকুৰ পৰা উদ্ধাৰ হ’ল নিৰুদ্দিষ্ট দম্পতিৰ মৃতদেহ। কাছাৰৰ লক্ষীপুৰ কাঙ্গালী বস্তিত সোমবাৰে সন্ধিয়া এছ ডি আৰ এফৰ অভিযানত চিৰি নৈৰ পৰা উদ্ধাৰ হয় দম্পতীহালৰ মৃতদেহ। নিহত দম্পতীহাল হৈছে…

লাগিলে পচি যাওক মাছ, তথাপিও উজনিলৈ মাছৰ ৰপ্তানি নকৰে নগাঁও মীন পালক সন্থাই

গুৱাহাটীঃ উজনি অসমত কেইবাটাও খিলঞ্জীয়া দল-সংগঠনে মিঞা বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ পিছতে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰা এই পৰিস্থিতিৰ মাজত এইবাৰ প্ৰৱেশ কৰিছে মধ্য অসমে। উজনিত মিঞাৰ বিৰুদ্ধে আৰম্ভ…

নাৰী নিৰ্যাতনকাৰীৰ মুখ্য পৃষ্ঠপোষক অখিল গগৈ- মন্ত্ৰী পীযুষ হাজৰিকা

গুৱাহাটীঃ অসমত নাৰী নিৰ্যাতনৰ সৈতে জড়িত এটা বিশেষ সম্প্ৰদায়ৰ মুখ্য পৃষ্ঠপোষক হৈছে অখিল গগৈ। -এনেদৰেই আজি সংবাদ মাধ্যমৰ সন্মুখত বিষ উগাৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। আজি বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ পূৰ্বে শিৱসাগৰ…

আইন-শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ অসম চৰকাৰ, যাৰ বাবেই সৃষ্টি হৈছে বিশৃংখল আৰু অস্থিৰ পৰিস্থিতিঃ ভূপেন বৰা

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা। অসম চৰকাৰৰ দায়িত্বহীনতা আৰু আইন-শৃংখলা নিয়ন্ত্ৰণত চৰকাৰখন ব্যৰ্থ হোৱাৰ বাবেই ৰাজ্যখনত এক বিশৃংখল আৰু অস্থিৰ পৰিস্থিতিৰ সৃষ্টি…

বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভাৰ দুই আসনত জয় বিজেপিৰ ৰামেশ্বৰ তেলী, মিছন ৰঞ্জন দাসৰ

বিনা প্ৰতিদ্বন্দ্বিতাৰে অসমৰ দুই ৰাজ্যসভা আসনৰ পৰা নিৰ্বাচিত হ’ল বিজেপিৰ ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস। দুই ৰাজ্যসভা আসনৰ বাবে বিৰোধীয়ে কোনো প্ৰাৰ্থিত্ব প্ৰদান নকৰাত এক সহজ বিজয় সাব্যস্ত কৰে…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ
পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে