শুকুৰবাৰে বিধানসভাত উত্থাপন কৰা হ’ব ‘অসম বাধ্যতামূলক বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধেয়ক’, জনালে মুখ্যমন্ত্ৰীয়ে

মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰাৰ দিশত আগবাঢ়িছে অসম চৰকাৰ। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে শীঘ্ৰে এই সন্দৰ্ভত এখন বিধেয়ক আনিব। এই বিধেয়কখনৰ নাম…

মুখ্যমন্ত্ৰীৰ টাৰ্গেটত মুছলমান সাংবাদিক! ইছলামধৰ্মী হোৱাৰ বাবে সাংবাদিকক কৰিলে অপমান

গুৱাহাটীঃ সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি সাংবাদিকৰ নামক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিলে হিন্দু-মুছলমানৰ ৰাজনীতি। শেহতীয়াকৈ এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ এগৰাকী মুছলমানধৰ্মী সংবাদকৰ্মীৰ নামক লৈ মুখ্যমন্ত্ৰী হিমন্ত…

শিৱসাগৰ কাণ্ডৰ পিছতে আইন-শৃংখলাক লৈ কঠোৰ DGP জি পি সিং! ৰাজ্যৰ সকলো আৰক্ষীলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

গুৱাহাটীঃ আইনী ব্যৱস্থাৰ কঠোৰ অনুশাসন নিশ্চিত কৰি আইন-শৃংখলা বজাই ৰখাৰ গুৰুত্ব সন্দৰ্ভত ৰাজ্যৰ সকলো আৰক্ষী ইউনটলৈ এক নিৰ্দেশ জাৰি কৰিছে অসম আৰক্ষী মুখ্য কাৰ্যালয়ে। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে…

স্মাৰ্ট মিটাৰ আৰু শিৱসাগৰ কাণ্ডত লৈ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোতে উত্তাল সদন! বিৰোধীৰ ৱাক আউট

গুৱাহাটীঃ স্মাৰ্ট মিটাৰৰ লুণ্ঠন আৰু শিৱসাগৰত অনা-অসমীয়াৰ অশালীন ব্যৱহাৰক লৈ বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই বৃহস্পতিবাৰে উত্তাল হৈ পৰে সদনৰ মজিয়া। বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পিছতে বিৰোধীয়ে আজি শিৱসাগৰত সংঘটিত…

আজিৰে পৰা ৫ দিনীয়াকৈ আৰম্ভ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন, কি কি বিধেয়ক উত্থাপন কৰিব চৰকাৰে?

গুৱাহাটীঃ আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। আজিৰে পৰা আৰম্ভ হোৱা এই পাঁচদিনীয়া অধিৱেশনৰ অন্ত পৰিব ৩০ আগষ্টত। বিধান সভাৰ অধিৱেশনৰ বাবে সাজু হৈছে শাসক-বিৰোধী উভয়ে। অসম বিধানসভাৰ…

বিধানসভাৰ চৌহদত অখিল গগৈৰ প্ৰতিবাদ! তথ্যসহ উদঙালে স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰাজ

গুৱাহাটীঃ স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে বিধানসভা চৌহদত প্ৰতিবাদ বিধায়ক অখিল গগৈৰ। হাতত স্মাৰ্ট মিটাৰ লৈ প্ৰতিবাদ জনায় অখিল গগৈয়ে। ইফালে সংবাদ মাধ্যমৰ সন্মুখতো স্মাৰ্ট মিটাৰৰ লুণ্ঠনক লৈ সৰৱ হৈ পৰে…

“USTM এটা স্কেম”। USTMৰ দৰে আৰু ক’ত ক’ত পঢ়িলে নাপাব চৰকাৰী চাকৰি?

গুৱাহাটীত হোৱা কৃত্ৰিম বানৰ বাবে পুনৰ USTMক জগৰীয়া কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি USTM ৰ সৈতে থকা মুখ্যমন্ত্ৰীৰ শত্ৰুতা এইবাৰ তাত অধ্যয়ণ কৰি থকা অসমৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত জাৰিলে…

মুখ্যমন্ত্ৰীৰ দাবী- স্মাৰ্ট মিটাৰৰ ফলত কমিছেহে বিদ্যুৎ বিল! মেন্যুৱেল মিটাৰৰ সৈতে তুলনা কৰিলেই ওলাই পৰিব প্ৰকৃত সত্য

গুৱাহাটীঃ স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ উজান উঠাৰ সময়তে স্মাৰ্ট মিটাৰৰ বিদ্যুৎ বিল এটকাও বেছিকৈ নাহে বুলি পুনৰ ৰাইজক আভুৱা ভাৰিবলৈ চেষ্টা চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ সৈতে বাৰ্তালাপৰ…

নলবাৰীত SSBৰ জোৱান বুলি পৰিচয় দি কিশোৰৰ টহল, ৰাইজে আটক কৰি গতালে আৰক্ষীক

নলবাৰীত আটক এজন ভুৱা এছ এছ বি জোৱান। নলবাৰীৰ টিহু ৰে’ল ষ্টেচনৰ পৰা আৰক্ষীয়ে আটক কৰে এছ এছ বিৰ পোছাকত এজন কিশোৰ। জানিব পৰা মতে, কোকৰাঝাৰ জিলাৰ ৰায় উপাধিৰ কিশোৰজনে…

১৬ ছেপ্তেম্বৰৰ ভিতৰত জনাওক সমষ্টি পুনৰ নিৰ্ধাৰণৰ ওজৰ-আপত্তি

আগন্তুক নবেম্বৰ মাহত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বুধবাৰে সংবাদমাধ্যমৰ সন্মুখত এই মন্তব্য আগবঢ়ায় মিছিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই। বিগত জানুৱাৰী…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ
পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে