আকৌ হাছিনা… আৰক্ষীৰ নামত ধন দাবী কৰি এইবাৰ হ’ল গ্ৰেপ্তাৰ
গুৱাহাটীঃ আকৌ চৰ্চাত এছ আই জোনমণি ৰাভা কাণ্ডত নাম সাঙোৰ খাই পৰা লখিমপুৰৰ হাছিনা বেগমৰ। আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ হ’ল হাছিনা। অভিযুক্তক ৰক্ষণাবেক্ষণ দি আৰক্ষীৰ নামত…
বিজেপিৰ হিন্দু আৰু হিতাধিকাৰীৰ ৰাজনীতি আমি উফৰাই পেলামঃ কংগ্ৰেছত যোগদান কৰিয়েই গৰজি উঠিল অশোক শৰ্মা..
নলবাৰীঃ কংগ্ৰেছত যোগদান কৰিয়েই বিজেপিৰ বিৰুদ্ধে গৰজি উঠিল নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা। শুকুৰবাৰে নলবাৰী ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে শৰ্মাই। ইয়াৰ পিছতে বিজেপিৰ হিন্দু ৰাজনীতি আৰু হিতাধিকাৰী…
ফেচবুকত বাংলাদেশৰ পৰিস্থিতিৰ সমৰ্থনত পোষ্ট, গ্ৰেপ্তাৰ হাইলাকান্দিৰ যুৱক
হাইলাকান্দিঃ বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ সমৰ্থন কৰি ভাৰততো তেনে পৰিস্থিতিৰ সৃষ্টি কৰাৰ আহ্বান জনাই গ্ৰেপ্তাৰ হ’ল হাইলাকান্দিৰ এজন যুৱক। ধৃত যুৱকজনৰ নাম ৰেজুৱান উল্লাহ মাজাৰভূঞা বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে নিশা…
ভাৰতীয় পাছপ’ৰ্টধাৰীৰ বাহিৰে আন কোনেও বাংলাদেশৰ পৰা এতিয়া অসমত প্ৰৱেশ কৰিব নোৱাৰেঃ DGP জিপি সিং
গুৱাহাটীঃ বাংলাদেশত ক্ৰমবৰ্ধমান ৰাজনৈতিক সংকটৰ প্ৰতি সঁহাৰি জনাই অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ঘোষণা কৰে যে অশান্ত চুবুৰীয়া দেশৰ পৰা কেৱল ভাৰতীয় পাছপ’ৰ্টধাৰীকহে ৰাজ্যখনত প্ৰৱেশৰ অনুমতি দিয়া হ’ব,…
আজিৰে পৰা কংগ্ৰেছী হ’ল অশোক শৰ্মা…
নলবাৰীঃ আনুষ্ঠানিকভাৱে কংগ্ৰেছী হ’ল নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা। বিজেপিৰ পৰা পদত্যাগ কৰাৰ পিছত আজি নলবাৰীৰ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে শৰ্মাই। আজিৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে এ…
মহানগৰীৰ ভাড়াঘৰত ৰহস্যজনকভাৱে উদ্ধাৰ ছাত্ৰৰ মৃতদেহ, অৰুণাচলী প্ৰেয়সীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ
গুৱাহাটীঃ মহানগৰীৰ ভাড়াঘৰত এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। গুৱাহাটীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰগৰাকীক হত্যাৰ অভিযোগ উত্থাপন হৈছে প্ৰেমিকাৰ বিৰুদ্ধে। নিহত ছাত্ৰজনৰ নাম জেনিছ বৰা বুলি…
বাংলাদেশত হিন্দু সংখ্যালঘুৰ ওপৰত সংঘটিত আক্ৰমণৰ কূটনৈতিক সমাধান কৰিব কেন্দ্ৰীয় চৰকাৰেঃ হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটীঃ অস্থিৰতাই বিৰাজ কৰা বাংলাদেশত হিন্দু আৰু অন্য সংখ্যালঘুৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ কূটনৈতিক প্ৰচেষ্টাৰে সমাধান কৰিব কেন্দ্ৰীয় চৰকাৰে। এই আস্থা প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ…
বি এছ এফ জোৱানক উৎকোচ দি অবৈধভাৱে প্ৰৱেশ অসমত, নগাঁৱত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক
নগাঁওঃ বাংলাদেশৰ অস্থিৰতাৰ মাজতে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এজন বাংলাদেশী নাগৰিকক নগাঁও জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ ভিত্তিত ধিং আৰক্ষী থানাৰ এটা দলে বুধবাৰে সন্ধিয়া ধিং…
আজি কংগ্ৰেছলৈ আহিব প্ৰাক্তন বিধায়ক অশোক শৰ্মা
গুৱাহাটীঃ দীৰ্ঘদিনীয়া বিসম্বাদৰ অন্তত বিজেপিৰ পৰা পদত্যাগ কৰা নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই শুকুৰবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰিব কংগ্ৰেছত। ‘ন বিজেপি’ৰ পৰা অৱহেলাৰ বলি হোৱাৰ অভিযোগ তুলি যোৱা ২ আগষ্টত…
মৰ্মান্তিক! পুত্ৰক বচাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হ’ল পিতৃও, কৰুণ মৃত্যু দুয়োজনৰ
গোৱালপাৰাঃ বিদ্যুৎস্পৃষ্ট পুত্ৰক বচাবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল পিতৃয়েও। এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ লক্ষীপুৰত। বিদ্যুৎস্পৃষ্ট হৈ পিতা-পুত্ৰৰ কৰুণ মৃত্যুৰ ঘটনাই শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ…