গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপমান, কাৰ্যকাল অন্ত পৰাৰ ২৫ দিন পূৰ্বেই এৰিলে কাৰ্যভাৰ

গুৱাহাটীঃ শিক্ষা ব্যৱস্থাত ৰাজনীতিৰ অনুপ্ৰৱেশক লৈ ব্যাপক চৰ্চা চলি অহাৰ সময়তে শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হিচাপে পৰিচিত ননী গোপাল মহন্তক।…

দাবী কৰা ধন নিদিয়াত ১২ বছৰীয়া ছাত্ৰক হত্যা, শদিয়াত চাঞ্চল্য

তিনিচুকীয়া জিলাৰ শদিয়াৰ চূণপোৰাত সংঘটিত নৃশংস ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শদিয়াৰ চূণপোৰা ১২ বছৰীয়া কিশোৰ ৰোহিত ছেত্ৰীক অপহৰণ কৰি নৃশংস হত্যা কৰে অপহৰণকাৰীয়ে৷ ইতিমধ্যে দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰি ১২…

সুস্থ হৈ ঘৰলৈ গ’ল জুবিন গাৰ্গ

আজি নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষই জুবিন গাৰ্গক ঘৰলৈ যাবলৈ দিয়ে৷ তিনিটা দিন চিকিৎসাৰ অন্তত সুস্থ হৈ উঠা জুবিন গাৰ্গক ঘৰলৈ যাব দিয়ে নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষই৷ দেওবাৰে পুৱা জোনালীস্থিত মিউজিক ষ্টুডিঅ’ত কাম…

সভাপতি পদ ত্যাগ আজমলৰ, চিৰাজুদ্দিন আজমল হ’ব AIUDFৰ নতুন সভাপতি

বিপৰ্যয়ে লগ এৰা নাই বদৰুদ্দিন আজমলক৷ ধুবুৰী লোকসভা সমষ্টিত ১০ লক্ষ ভোটৰ ব্যৱধানত পৰাজিত হৈ এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে দলৰ সকলো সমিতি ভংগ কৰিছিল৷ তাৰ পাছতে আজি হাতীগাঁৱৰ কাৰ্যালয়ত অনুষ্ঠিত…

ব্লক-মণ্ডল-বুথ সমিতিত কৰিব লাগিব কাম, ৫ সমষ্টিৰ বাবে ৫টা সমিতি গঠন কংগ্ৰেছৰ

উপ-নিৰ্বাচনৰ বাব তৎপৰতা আৰম্ভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে৷ ইতিমধ্যে ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সুকীয়া সুকীয়া সমিতি গঠন কৰিছে প্ৰদেশ কংগ্ৰেছে৷ বঙাইগাঁও, চামগুৰি, ধলাই, বিহালী আৰু ছিদলী বিধানসভা সমষ্টিৰ বাবে তিনি…

পূৰ্বৰ ভোটাৰ তালিকাতে হ’ব নিৰ্বাচন, উপ-নিৰ্বাচনৰ পূৰ্বে ৫ সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

লোকসভা নিৰ্বাচনৰ ফলত ৰাজ্যত খালী হোৱা পাঁচটা বিধানসভা সমষ্টিত শীঘ্ৰে অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ৷ ৰাজ্যিক নিৰ্বাচন বিভাগে পাঁচটা বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে।…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে শপত বিজেপিৰ আস্থাভাজন ননীগোপাল মহন্তৰ

বিজেপিৰ আস্থাভাজন তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ড০ ননীগোপাল মহন্তই আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে শপত লয়৷ ৰাজ্যপালে ননীগোপাল মহন্তক শপত বাক্য পাঠ কৰোৱায়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী…

চিন্তা নকৰিব, মই সুস্থ, সকলোকে লগ পাম

জুবিন গাৰ্গেই নিজেই ক’লে ‘মই ভালে আছো’৷ সাংবাদিকৰ কেমেৰাৰ সন্মুখত এই কথা কয় জুবিন গাৰ্গে৷ হঠাতে অসুস্থ হোৱাত জুবিন গাৰ্গক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছে৷ নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষৰ মতে, জুবিনৰ…

আন এক মাধমাৰৰ বাবে সাজু হওক, দুগুণ বৃদ্ধি পাব চৰকাৰী চিকিৎসালয়ৰ মাচুল

বিদ্যুতৰ বিল, খাদ্য-সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিয়ে মানুহক জীয়াই থাকিব নোৱাৰা কৰিছে৷ তেনে সময়তে ৰাজ্য চৰকাৰে আম এক হঠকাৰি সিদ্ধান্ত লৈছে৷ ব্যক্তিগতো ব্যক্তিগতই, চৰকাৰী চিকিৎসা সেৱাও মহঙা কৰিব ৰাজ্য চৰকাৰে৷ ৰাজ্য…

APSCৰ কৃষি বিষয়া নিযুক্তি কেলেংকাৰী, ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত অসম লোকসেৱা আয়োগত সংঘটিত নিয়োগ কেলেংকাৰীক লৈ আজি বিশেষ ন্যায়ধীশৰ আদালতে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে৷ কৃষি বিভাগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ গোচৰৰ দোষী সাব্যস্ত মুখ্য…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে
ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ