তিনি বছৰৰ মূৰকত ‘ইষ্টাৰ যুদ্ধবিৰতি’, ইউক্ৰেইনৰ বিৰুদ্ধে অস্থায়ী যুদ্ধবিৰতি ৰাছিয়াৰ
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা ৰক্তাক্ত যুদ্ধক তিনিবছৰৰ মূৰকত যুদ্ধ বিৰতি ঘোষণা কৰা হৈছে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে একপক্ষীয়ে যুদ্ধবিৰতি ঘোষণা কৰিছে৷ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ একপক্ষীয় ইষ্টাৰ যুদ্ধবিৰতি ঘোষণা…
শিৱসাগৰত মিত্ৰতা নকৰাত কংগ্ৰেছক আক্ৰমণ অখিলৰ, গৌৰৱ গগৈ আৰু বিজেপিৰ লগত সম্পৰ্কৰ অভিযোগ
ৰাইজৰ দলৰ নেতা আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা নকৰাৰ বাবে তীব্ৰ সমালোচনা কৰি আহিছে। গত ছয়মাহ ধৰি তেওঁ কংগ্ৰেছক মিত্ৰতাৰ প্ৰস্তাৱ দি অহা সত্ত্বেও…
পঞ্চায়ত নিৰ্বাচনত টকাৰ বিনিময়ত টিকট, অসম প্ৰদেশ কংগ্ৰেছৰ তদন্ত সমিতি গঠন
পঞ্চায়ত নিৰ্বাচনত ধনৰ বিনিময়ত কংগ্ৰেছৰ টিকট বিতৰণৰ অভিযোগৰ তদন্তৰ বাবে অসম প্ৰদেশ কংগ্ৰেছে এটা ত্ৰি-সদস্যীয়া তদন্ত সমিতি গঠন কৰিছে। অসম কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ঘোষণামৰ্মে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন…
ড০ হিমন্ত বিশ্ব শৰ্মা শক্তিশালী মুখ্যমন্ত্ৰী, ৰাজহাঁড় মজবুতঃ মিঠুন চক্ৰৱৰ্তী
ড০ হিমন্ত বিশ্ব শৰ্মা এজন শক্তিশালী মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজহাঁড় মজবুত। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ তুলনাত হিমন্ত বিশ্ব শৰ্মা অধিক শক্তিশালী। মমতাৰ লগত ড০ হিমন্ত বিশ্ব শৰ্মাৰ কোনো তুলনা নহয়।-এই…
পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ মুকলি কংগ্ৰেছৰ, গাঁৱৰ ৰাইজৰ ক্ষমতা ৰাইজক ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি
গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ পৰিকল্পনাৰে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰে। ঘোষণা পত্ৰ নাম দি প্ৰস্তুত কৰা ইস্তাহাৰখনত গ্ৰাম্যঞ্চলৰ জনতাৰ হাতলৈ ২৯টা বিভাগৰ ক্ষমতাৰ লগতে পুঁজিৰ…
মুখ্যমন্ত্রী ড০ শৰ্মাৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণৰ সফল সামৰণি, ১০০ কোটি টকাৰ পথ আন্তঃগাঁথনি প্ৰকল্পৰ ৰূপায়ণ
কার্বি আংলঙৰ সৰ্বোতপ্ৰকাৰৰ উন্নয়নৰ বাবে অসম চৰকাৰে বিভিন্ন উন্নয়নী কার্যপন্থা ইতিমধ্যে সম্পন্ন কৰিছে আৰু আগলৈও বহু পদক্ষেপ হাতত ল’ব। অসমক দেশৰ অন্যতম শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাত কার্বি আংলঙে অনন্য…
নগাঁৱত আম্বেদকাৰ জয়ন্তী-মুকলি বিহু পালনৰ ব্যাপক প্ৰস্তুতি, প্ৰাক্তন সেনা বিষয়া-অভিনেত্ৰী আইমীলৈ বিশেষ বঁটা
ৰঙালী বিহুৰ উৎসাহ-উদ্দীপনাৰ মাজতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা সমিতিৰ সহযোগত আম্বেদকাৰ জয়ন্তী আৰু মুকলি বিহু পালনৰ ব্যাপক প্ৰস্তুতি চলিছে নগাঁও জিলাৰ ৰাইডঙীয়াত৷ ২৫…
হীৰেন গোহাঁইক সাৱধান হ’বলৈ দিলীপ শইকীয়াৰ অনুৰোধ
অসমৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বুদ্ধিজীৱী হীৰেন গোহাঁইক সাৱধানতাৰে কাম কৰিবলৈ আহ্বান জনাইছে। তেওঁ অভিযোগ কৰিছে যে বিৰোধী দলসমূহে গোহাঁইক ৰাজনৈতিক স্বাৰ্থ সাধনৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি “ৰাজনীতিৰ ৰুটি…
পুনৰ অসম আৰক্ষীৰ জালত ৫ বাংলাদেশী
ভাৰত-বাংলাদেশ সীমান্তত সষ্টম হৈ আছে ভাৰতৰ নিৰাপত্তাৰক্ষী৷ বাংলাদেশত গণ অভ্যুত্থানৰ পিছতে শ-শ বাংলাদেশীয়ে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰাৰ ফলত ভাৰতৰ নিৰাপত্তাৰক্ষী সষ্টম হৈ আছে৷ প্ৰতিনিদি বাংলাদেশী নাগৰিক জালত পৰাৰ পিছতে পুনৰ…
পহিলা বহাগ মুকালমুৱাৰ নাৰায়ণপুৰত বিশেষ কাৰ্যসূচী
পহিলা বহাগৰ দিনটোত মুকালমুৱাৰ নাৰায়ণপুৰত বিশেষ কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ পণ্ডিত মহেশ্বৰ ডেকা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা উপলক্ষে শিক্ষক, শিক্ষাবিদ, বুদ্ধিজীৱী আৰু যুৱশক্তি এক হৈ বিহুৱান প্ৰদানৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।…